অৱনীন্দ্ৰনাথ ঠাকুৰ
অৱনীন্দ্ৰনাথ ঠাকুৰ | |
---|---|
![]() অৱনীন্দ্ৰনাথ ঠাকুৰ | |
জন্ম | ৭ আগষ্ট, ১৮৭১ জোৰা সাঁকো, কলকাতা, বেংগল, ব্ৰিটিছ ভাৰত |
মৃত্যু | ৫ ডিচেম্বৰ, ১৯৫১ কলকাতা |
দেশ | ভাৰতীয় |
পেচা | চিত্ৰশিল্প |
বিপ্লৱ | বেংগল স্কুল অৱ আৰ্ট, Contextual Modernism |
অৱনীন্দ্ৰনাথ ঠাকুৰ (বঙালী: অবনীন্দ্ৰনাথ ঠাকুৰ); (ইংৰাজী: Abanindranath Tagore) (৭ আগষ্ট, ১৮৭১ - ৫ ডিচেম্বৰ, ১৯৫১) হ'ল আধুনিক ভাৰতীয় চিত্ৰকলাৰ প্ৰাণ পুৰুষ তথা ইণ্ডিয়ান ছ'চাইটি অৱ অৰিয়েণ্টেল আৰ্ট (ইংৰাজী: Indian Society of Oriental Art)ৰ সৃষ্টিকৰ্তা। অৱনীন্দ্ৰনাথ ঠাকুৰ চিত্ৰশিল্পীৰ উপৰি এজন ভাল লেখক ও আছিল। অৱনীন্দ্ৰনাথ ঠাকুৰৰ ছবিত ইউৰোপীয় ছবিৰ প্ৰভাৱ পৰিলক্ষিত হয়। ১৯০৭ খৃষ্টাব্দত তেখেতে বেংগল স্কুল অৱ আৰ্ট প্ৰতিষ্ঠা কৰে। ছবি অঁকাৰ উপৰিও তেখেতে বহুতো কাহিনী ৰচনা কৰিছিল। তেখেতে অঁকা শেষ ছবিখন হ'ল “সন্মুখত শান্তিৰ পাৰাপাৰ”।
ব্যক্তিগত জীৱন[সম্পাদনা কৰক]
চিত্ৰকৰ্ম[সম্পাদনা কৰক]
চিত্ৰবোৰৰ তালিকা[সম্পাদনা কৰক]
|
|
আৰ্ট গেলেৰি[সম্পাদনা কৰক]
-
Bharat Mata (c. 1905)
-
The Passing of Shah Jahan (1900)
-
My Mother (1912–13)
-
Fairyland illustration (1913)
-
Journey's End (c. 1913)
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত Abanindranath Tagore সম্পৰ্কীয় মিডিয়া ফাইল আছে। |