অ (বঙালী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

(বঙালী লিপিত অ) বঙালী স্বৰবৰ্ণমালাৰ প্ৰথম আখৰ।[1] ই এক স্বৰবৰ্ণ, অৰ্থাৎ এই আখৰ উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত বাধিত নহয়।

এই স্বৰবৰ্ণৰ স্বৰচিহ্ন[সম্পাদনা কৰক]

ব্যঞ্জনবৰ্ণ যেনে ক, খ, গৰ সৈতে এই বৰ্ণ যংযুক্ত হৈ থাকে। সেয়ে এই বৰ্ণ স্বৰবৰ্ণৰ সৈতে যোগ হ'লে কোনো অন্য চিনৰ প্ৰয়োগ নহয়। যেনে ক্‌+অ=ক।

'অ'ৰে আৰম্ভ শব্দ[সম্পাদনা কৰক]

  • অমৰ
  • অসম

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. http://www.omniglot.com/writing/bengali.htm ত দিয়া ক্ৰম অনুসৰি