আংগলা
আংগলা, আনুষ্ঠানিকভাৱে আংগলা গণৰাজ্য আফ্ৰিকাৰ দক্ষিণ অংশৰ এখন দেশ। আংগলা আফ্ৰিকাৰ বৰ্গফলৰ ক্ষেত্ৰত সপ্তম সৰ্ববৃহৎ ৰাষ্ট্ৰ।

নামাকৰণ[সম্পাদনা কৰক]
আংগলা নাম পৰ্টুগীজ শব্দ আংগলাৰ পৰা অহা।[1] হয়টো এই পৰ্টুগীজ শব্দ ন্দংগ ৰাজ্যৰ নামৰ পৰা অহা।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ Heywood, Linda M. & Thornton, John K. (2007) Central Africans, Atlantic Creoles, and the foundation of the Americas, 1585–1660. Cambridge University Press. p. 82. ISBN 0521770653