সমললৈ যাওক

আই (ইংৰাজী সৰ্বনাম)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ইংৰাজী ভাষাত আই (I) এটি ব্যক্তিগত সৰ্বনাম, যিয়ে 'মই' বুজাই। আই সদায় বৰফলাত লিখা হয়। মি (মোক), মাই (মোৰ), মাইন (মোৰ), মাইছেল্ফ (মই নিজেই) আইৰ আন আন ৰূপ।

বৰফলাত লিখাৰ নিয়ম

[সম্পাদনা কৰক]

I (আৰু কেৱল সৰ্বনামটোৰ এই ৰূপহে) ইংৰাজী ভাষাৰ একমাত্ৰ সৰ্বনাম যাক সদায় বৰফলাত লিখা হয়। এই প্ৰথা ১৫ শতিকাৰ পৰা প্ৰচলিত, পিচে, ১৭ শতিকালৈকেও সৰুফলাৰ আই i ব্যৱহাৰ কৰাৰ উদাহৰণ দেখা যায়।.[1]

আইৰ আন আন ৰূপ

[সম্পাদনা কৰক]

ৱি (আছ), হি (হিম), ছি (হাৰ) আৰু দেই (দেম)ৰ দৰে আইৰো কেইবাটাও ৰূপ আছে। আই, মি, মাই, মাইন এই ৰূপকেইটা।:[2]

ইংৰাজী ব্যক্তিগত সৰ্বনাম

[সম্পাদনা কৰক]
Personal pronouns in standard Modern English
Person (gender) Subject Object Dependent Possessive Independent Possessive Reflexive
Singular
First Imemyminemyself
Second youyouryoursyourself
Third Masculine hehimhishimself
Feminine sheherhersherself
Neuter ititsitself
Epicene theythemtheirtheirsthemselves
Plural
First weusouroursourselves
Second youyouryoursyourselves
Third theythemtheirtheirsthemselves

<

পুৰণি সংস্কৰণ

[সম্পাদনা কৰক]
Old English pronouns
NominativeIPAAccusativeDativeGenitive
1stSingular [ɪtʃ]mec / mēmīn
Dual wit[wɪt]uncituncuncer
Plural [weː]ūsicūsūser / ūre
2ndSingular þū[θuː]þec / þēþēþīn
Dual ġit[jɪt]incitincincer
Plural ġē[jeː]ēowicēowēower
3rdSingularMasculine [heː]hinehimhis
Neuter hit[hɪt]hithimhis
Feminine hēo[heːo]hīehierehiere
Plural hīe[hiːə]hīeheomheora

    তথ্য সংগ্ৰহ

    [সম্পাদনা কৰক]
    1. Fowler 2015.
    2. Huddleston & Pullum 2002, পৃষ্ঠা. 458.