আকাশবাণী তেজপুৰ
অৱয়ব
আকাশবাণী তেজপুৰ ৰেডিঅ' ষ্টেচন | |
| ভাষা | অসমীয়া, ইংৰাজী |
|---|---|
| মূল কেন্দ্ৰ | তেজপুৰ (দুলাবাৰী ৰোড) |
| ৱেবছাইট | https://www.radioindia.in/akashvani-tezpur |
আকাশবাণী তেজপুৰ (ইংৰাজী: Akashvani Tezpur) হৈছে শোণিতপুৰ জিলাৰ তেজপুৰ নগৰত অৱস্থিত আকাশবাণীৰ এটা অনলাইন ৰেডিঅ' ষ্টেচন, যিটো ২০০৮ চনত স্থাপন কৰা হয়।[1] পুৰণি গীত, অনুষ্ঠান আৰু বাতৰি প্ৰচাৰ কৰাই ইয়াৰ মুখ্য লক্ষ্য। এই ৰেডিঅ' ষ্টেচনটো এফএমৰ ১০২.৪ মেগাহাৰ্টচত উপলব্ধ।[2]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "আকাশবাণী তেজপুৰ" (as ভাষাত). Prasar BharatiNews On Air. https://www.newsonair.gov.in/as/tag/akashvani-tezpur/। আহৰণ কৰা হৈছে: 28 November 2025.
- ↑ "Akashvani Tezpur Radio Station". OnlineRadioFM. https://onlineradiofm.in/stations/akashvani-tezpur। আহৰণ কৰা হৈছে: 28 November 2025.