আছ-ছুন্না ফাউণ্ডেশ্যন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আছ-ছুন্না ফাউণ্ডেশ্যন
নীতিবাক্য উম্মাহৰ স্বাৰ্থে ও সুন্নাহেৰ সাথে
ধৰণ অৰাজনৈতিক, অলাভজনক
সক্ৰিয়তা সক্ৰিয়
প্ৰধান  কাৰ্যালয় প্লট-৭০, ৰোড-৩, ব্লক-সি, আফতাবনগৰ, ঢাকা-১২১২।
অঞ্চল বাংলাদেশ

আছ-ছুন্নাহ ফাউণ্ডেচন হৈছে বাংলাদেশৰ অৰাজনৈতিক আৰু অলাভজনক ধৰ্মীয় সংগঠন।[1] ইয়াত শিক্ষা, ইছলামিক দ’ৱাহ আৰু মানৱ কল্যাণকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে। ২০১৭ চনত শ্বেখ আহমদুল্লাই প্ৰতিষ্ঠা কৰিছিল আৰু আৰম্ভণিৰে পৰাই অধ্যক্ষ হিচাপে পৰিচালনা কৰি আহিছে।[2] [3] [4] এই সংস্থাৰ অধীনত আছ-ছুন্নাহ দক্ষতা বিকাশ প্ৰতিষ্ঠান আৰু মাদ্ৰাছাত-চুন্না নামৰ মাদ্ৰাছা কাৰ্যসূচী আৰম্ভ কৰা হৈছে।[5] এই সংস্থাটোৱে শিক্ষা, সেৱা আৰু দাৱাহৰ নীতিৰ ওপৰত কাম কৰে। সংস্থাটোৱে বন্যাক্ৰান্তক সাহায্য বিতৰণ, ঠাণ্ডাৰ বাবে কাপোৰ বিতৰণ, ভোকাতুৰ লোকক খাদ্য বিতৰণকে ধৰি বিভিন্ন সেৱামুখী কাম-কাজ চলায়।[6] [7]

তথ্য উৎস[সম্পাদনা কৰক]

  1. মোমেনীন মাণিক, আমিৰুল (১৭ জুলাই ২০২০). "মানবসেবায় আস-সুন্নাহ ফাউণ্ডেশন" (bn ভাষাত). কালেৰ কণ্ঠ. Archived from the original on ১৬ জানুয়াৰি ২০২১. https://web.archive.org/web/20210116223037/https://www.kalerkantho.com/print-edition/islamic-life/2020/07/18/936030। আহৰণ কৰা হৈছে: ২৪ জুন ২০২২. 
  2. উদ্দিন, মুহাম্মদ মিনহাজ (1970-01-01). "শায়খ আহমাদুল্লাহ : তিনি যেভাবে বেড়ে উঠেছেন" (bn ভাষাত). dhakapost.com. https://www.dhakapost.com/religion/16575। আহৰণ কৰা হৈছে: 2023-09-26. 
  3. "বন্যাদুৰ্গতদেৰ পাশে শায়খ আহমাদুল্লাহ’ৰ প্ৰতিষ্ঠান" (bn ভাষাত). যুগান্তৰ. https://www.jugantor.com/capital/564907/বন্যাদুৰ্গতদেৰ-পাশে-শায়খ-আহমাদুল্লাহৰ-প্ৰতিষ্ঠান। আহৰণ কৰা হৈছে: ২৪ জুন ২০২২. 
  4. "অসহায় মানুষেৰ পাশে আস সুন্নাহ ফাউণ্ডেশন" (bn ভাষাত). বাৰ্তা২৪. Archived from the original on ১ নভেম্বৰ ২০২০. https://web.archive.org/web/20201101011139/https://barta24.com/details/islam/103143/as-sunnah-foundation-is-by-the-side-of-helpless-people। আহৰণ কৰা হৈছে: ২৪ জুন ২০২২. 
  5. bvnews24.com. "আস-সুন্নাহ ফাউণ্ডেশনে বিজ্ঞপ্তি, লোগো ডিজাইনে মিলবে টাকা" (en ভাষাত). বিভিনিউজ২৪. https://www.bvnews24.com/religion/news/77157। আহৰণ কৰা হৈছে: 2023-09-06. 
  6. "দেশেৰ বিভিন্ন স্থানে শীতবস্ত্ৰ বিতৰণ কৰেছে আস-সুন্নাহ ফাউণ্ডেশন". জাগো নিউজ. ৯ জানুয়াৰি ২০২৩. https://www.jagonews24.com/religion/islam/824193। আহৰণ কৰা হৈছে: 26 Sep 2023. 
  7. "দেশজুড়ে এ বছৰ ৭০ হাজাৰ চাৰা ৰোপণ কৰছে আস-সুন্নাহ ফাউণ্ডেশন" (bn ভাষাত). Daily Nayadiganta. https://www.dailynayadiganta.com/miscellaneous/614460/%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A6%9C%E0%A7%81%E0%A7%9C%E0%A7%87-%E0%A6%8F-%E0%A6%AC%E0%A6%9B%E0%A6%B0-%E0%A7%AD%E0%A7%A6-%E0%A6%B9%E0%A6%BE%E0%A6%9C%E0%A6%BE%E0%A6%B0-%E0%A6%9A%E0%A6%BE%E0%A6%B0%E0%A6%BE-%E0%A6%B0%E0%A7%8B%E0%A6%AA%E0%A6%A3-%E0%A6%95%E0%A6%B0%E0%A6%9B%E0%A7%87-%E0%A6%86%E0%A6%B8-%E0%A6%B8%E0%A7%81%E0%A6%A8%E0%A7%8D%E0%A6%A8%E0%A6%BE%E0%A6%B9-%E0%A6%AB%E0%A6%BE%E0%A6%89%E0%A6%A8%E0%A7%8D%E0%A6%A1%E0%A7%87%E0%A6%B6%E0%A6%A8। আহৰণ কৰা হৈছে: 2023-09-27.