আৰ.এফ.এ.চুলিপ্ৰুধোম
অৱয়ব
| আৰ.এফ.এ.চুলিপ্ৰুধোম | |
|---|---|
| জন্ম | সাঁচ:১৮৩৯ [[]] |
| পেচা | পেৰিচ |
আৰ.এফ.এ.চুলি প্ৰুধোম (ইংৰাজী: René François Armand (Sully) Prudhomme) হৈছে এগৰাকী দাৰ্শনিক কবি। ১৯০১ চনত তেওঁ প্ৰথম নোবেল বটা বিজয়ী লেখক। তেখেতৰ প্ৰকৃত নাম আছিল ফ্ৰাংকোইজ আৰ্মান চুলিপ্ৰুধোম।
জন্ম আৰু বংশ পৰিচয়
[সম্পাদনা কৰক]১৮৩৯ চনত পেৰিচত চুলি প্ৰুধোমৰ জন্ম হয়। দুই বছৰ বয়সতে তেওঁ দেউতাকক হেৰুৱাই আৰু মাক আৰু ককাকৰ তত্ত্বাৱধানত ডাঙৰ দীঘল হয়।[1]
শিক্ষা
[সম্পাদনা কৰক]ছাত্ৰ হিছাপে চুলি বেছ মেধাৱী আছিলে। অংক আছিলে তেওঁৰ প্ৰিয় বিষয়। বিশ্ববিদ্যালয়ৰ পৰা উচ্চ গণিতত স্নাতক ডিগ্ৰীৰ লোৱাৰ পিছত তেওঁ ইঞ্জিনীয়াৰিং পঢ়িবলৈ যায়। হঠাত তেওঁ ৰ ৰোগগ্ৰস্থ হৈ পৰাত পঢ়া শুনা বাদ দিব লগা হয়। সেইবাবে ইঞ্জিনীয়াৰিং ৰ চূড়ান্ত ডিগ্ৰী লব নোৱাৰিলে।
কৰ্ম জীৱন
[সম্পাদনা কৰক]তেওঁ নোটাৰী অফিচত চাকৰি কৰি নিজৰ কৰ্ম জীৱনৰ পাতনি মেলিছিল।[2]
সাহিত্যৰাজি
[সম্পাদনা কৰক]- কবিতাপুঠি: stanzas and poems [3]
- কবিতা সংকলন: I Shall Never See Her Again
- কাব্য গ্ৰন্থ: Impressions Of War
- মহাকাব্য:হেপিনেচ
- The Psychology of Free Will[4]
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]১৯০১ চনত তেখেতে নোবেল বঁটা পাবলৈ সক্ষম হয়।
মৃত্যু
[সম্পাদনা কৰক]১৯০১ চনত ৭ ছেপ্টেম্বৰত চুলিপ্ৰুধোমৰ মৃত্যু হয়।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:অক্টোবৰ,২০০০,পৃষ্ঠা-৭
- ↑ কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:অক্টোবৰ,২০০০,পৃষ্ঠা-৭
- ↑ কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:অক্টোবৰ,২০০০,পৃষ্ঠা-৮
- ↑ কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:অক্টোবৰ,২০০০,পৃষ্ঠা-৯
- ↑ কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:অক্টোবৰ,২০০০,পৃষ্ঠা-৯