ইঞ্জিল বাবা
অৱয়ব
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
আউলীয়া ইঞ্জিল বাবা (ইংৰাজী: Auliya Injil Baba) হ'ল অসমীয়া ইছলাম ধৰ্মাৱলম্বী লোক তথা এগৰাকী ৰহস্যময়ী আউলীয়া। তেওঁৰ সমাধি দৰং জিলাৰ মঙলদৈত অৱস্থিত [1] যিটো ইঞ্জিল বাবা দৰগাহ শ্বৰীফ বুলি জনাজাত। তেওঁ আজান পীৰ চাহেবৰ কালতে অসমত আহিছিল। তেওঁৰ দৰগাহ শ্বৰীফত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহি জিয়াৰত কৰে আৰু আজিলৈকে তেওঁ এগৰাকী ৰহস্যময়ী আউলীয়া ইঞ্জিল বাবা নামেৰে জনাজাত।[2][উদ্ধৃতিৰ প্ৰয়োজন]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ Auliya Injil Baba 01 Feb 2024,
- ↑ Injil Baba Dargah