ইণ্টাৰলিংগুই
এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াত শেহতীয়াভাৱে ৱিকিপিডিয়াৰ অধীনস্থ অন্য কোনো ভাষা বা অন্য ৱেবছাইটৰ পৰা অসমীয়া ভাষালৈ ভাঙনি কৰি লিখা হৈছে। ভাঙনি কাৰ্য শেষ কৰা পাছতো হয়তো এই প্ৰবন্ধটোত কিছুমান আসোঁৱাহ ৰৈ যাব পাৰে। তেনেক্ষেত্ৰত আপুনি অন্য ভাষাৰ অনুৰূপ প্ৰবন্ধৰ সন্ধান কৰি অথবা প্ৰবন্ধটোৰ অনুবাদ নকৰা অংশ অনুবাদ কৰি ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
ইণ্টাৰলিংগুই | |
---|---|
Occidental (অক্সিডেণ্টেল) | |
Interlingue (ইণ্টাৰলিংগুই) | |
![]() | |
সৃষ্টিকৰ্তা | এডগৰ ডে ৱাহল |
সৃষ্টিৰ তাৰিখ | ১৯২২ |
ব্যৱহাৰ | আন্তৰ্জাতিক সহায়ক ভাষা |
উদ্দেশ্য | ইণ্ডো-ইউৰোপীয় ভাষাৰ ওপৰত আধাৰিত কৰি নিৰ্মিত ভাষা |
পূৰ্বসূৰী |
Auli
|
লিখন প্ৰণালী | লেটিন লিপি |
ভাষা সংকেত | |
ISO 639-1 | ie |
ISO 639-2 | ile |
ISO 639-3 | ile |
ভাষাতাত্বিক |
ile |
গ্লোটোলগ | inte1260 [1] |
ইণ্টাৰলিংগুই (ইংৰাজী: Interlingue), মূলতঃ অক্সিডেণ্টেল হৈছে এডগৰ ডে ৱাহলৰ দ্বাৰা সৃষ্ট আৰু ১৯২২ চনত প্ৰকাশিত এক আন্তৰ্জাতিক সহায়ক ভাষা৷[2]
সাহিত্য[সম্পাদনা কৰক]
- Kajš, Jan Amos (1938) Krasina, raconta del subterrania del Moravian carst.
- Podobský, Jaroslav (1935/1947) Li astres del Verne.
- Costalago, Vicente (2021) Li sercha in li castelle Dewahl e altri racontas[3].
- Costalago, Vicente (2021) Antologie hispan[4].
- Costalago, Vicente (2021) Fabules, racontas e mites[5].
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Interlingue (Occidental)". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/inte1260.
- ↑ "Kosmoglott, 1922, p. 1". https://anno.onb.ac.at/cgi-content/anno-plus?aid=e0g&datum=1922&page=1&size=45। আহৰণ কৰা হৈছে: 2021-07-24.
- ↑ Li sercha in li castelle Dewahl e altri racontas
- ↑ Antologie hispan
- ↑ Fabules, racontas e mites
নিৰ্বাচিত গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]
- Grammatica de Interlingue in Interlingue. - Dr. F. Haas - Interlingue-Servicie Winterthur - 1956.
- Radicarium Directiv del Lingue International (Occidental). In 8 lingues. - 178 p. - E. de Wahl - A.-S. "Ühiselu" Trükk. Pikk Uul. 42, Tallinn. - 1925
- Spiritu de Occidental. Li Ovre de Edgar de Wahl - Federn, Ilmari (Hg.) - Chapelle. - 1938.
বহিঃসংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিপিডিয়া, মুক্ত বিশ্বকোষখনৰ ইণ্টাৰলিংগুইৰ সংস্কৰণ |