সমললৈ যাওক

ইমানুৱেল কান্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইমানুৱেল কাণ্ট

ইমানুৱেল কাণ্ট, ১৭৬৮
সম্পূৰ্ণ নাম ইমানুৱেল কাণ্ট
জন্ম ২২ এপ্ৰিল, ১৭২৪
Königsberg, Kingdom of Prussia
মৃত্যু ১২ ফেব্ৰুৱাৰী, ১৮০৪ (৭৯ বছৰ)
Königsberg, East Prussia, Kingdom of Prussia

'ইমানুৱেল কাণ্ট (২২ এপ্ৰিল, ১৭২৪ - ১২ ফেব্ৰুৱাৰী, ১৮০৪) ১৮ শতিকাৰ এজন বিখ্যাত জাৰ্মান দাৰ্শনিক। কাণ্টৰ জন্ম হৈছিল কনিগছবাৰ্গত, যিটো বৰ্তমান ৰাছিয়াৰ অংশ। কাণ্টক আধুনিক ইউৰোপৰ অন্যতম প্ৰভাৱশালী চিন্তাবিদ হিচাপে গণ্য কৰা হয়। তেওঁৰ "Critique of Pure Reason" (১৭৮১) নামৰ গ্ৰন্থখনৰ বাবে জনপ্ৰিয়। [1]

জাৰ্মান ভাষাত সংগ্ৰহিত ৰচনা[সম্পাদনা কৰক]

Wilhelm Dilthey inaugurated the Academy edition (the Akademie-Ausgabe abbreviated as AA or Ak) of Kant's writings (Gesammelte Schriften, Königlich-Preußische Akademie der Wissenschaften, Berlin, 1902–38) in 1895,[2] and served as its first editor. The volumes are grouped into four sections:

  • I. Kant's published writings (vols. 1–9),
  • II. Kant's correspondence (vols. 10–13),
  • III. Kant's literary remains, or Nachlass (vols. 14–23), and
  • IV. Student notes from Kant's lectures (vols. 24–29).

ইলেক্ট্ৰনিক সংস্কৰণ উপলব্ধ:Elektronische Edition der Gesammelten Werke Immanuel Kants (vols. 1–23).

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Kant" Archived 27 September 2019 at the Wayback Machine. Collins English Dictionary.
  2. Immanuel Kant, Notes and Fragments, Cambridge University Press, 2005, p. xvi.