ইলা বৰগোহাঁই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইলা বৰগোহাঁই
জন্ম অসম
পেচা সাহিত্যিক, শিক্ষাবিদ
বঁটা, সন্মান, পুৰস্কাৰ আদি অমল প্ৰভা দাস বঁটা (২০২১)

ইলা বৰগোহাঁই (ইংৰাজী: Ila Borgohain) অসমৰ এগৰাকী সাহিত্যিক আৰু শিক্ষাবিদ। ২০২২ চনত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে সাহিত্যিকগৰাকীক ২০২১ চনৰ অমল প্ৰভা দাস বঁটাৰে সন্মানিত কৰে।[1] পিজৌ গাভৰু (২০০১), ৰমণী গাভৰু (২০০২), কুৰঙ্গনয়নী (২০০৭), কীৰ্ত্তিচন্দ্ৰ (২০১৪)[2] হে মহানগৰ হে মহাসাগৰ (২০২০), সাতোখন সুৰীয়া নৈ (২০২০)[3] আদি তেওঁৰ প্ৰকাশিত গ্ৰন্থ।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]