ইলা বৰগোহাঁই
অৱয়ব
ইলা বৰগোহাঁই | |
---|---|
জন্ম | অসম |
পেচা | সাহিত্যিক, শিক্ষাবিদ |
বঁটা, সন্মান, পুৰস্কাৰ আদি | অমল প্ৰভা দাস বঁটা (২০২১) |
ইলা বৰগোহাঁই (ইংৰাজী: Ila Borgohain) অসমৰ এগৰাকী সাহিত্যিক আৰু শিক্ষাবিদ। ২০২২ চনত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে সাহিত্যিকগৰাকীক ২০২১ চনৰ অমল প্ৰভা দাস বঁটাৰে সন্মানিত কৰে।[1] পিজৌ গাভৰু (২০০১), ৰমণী গাভৰু (২০০২), কুৰঙ্গনয়নী (২০০৭), কীৰ্ত্তিচন্দ্ৰ (২০১৪)[2] হে মহানগৰ হে মহাসাগৰ (২০২০), সাতোখন সুৰীয়া নৈ (২০২০)[3] আদি তেওঁৰ প্ৰকাশিত গ্ৰন্থ।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "ডিব্ৰুগড়ত কেন্দ্ৰীয় কলাগুৰু বিষ্ণু ৰাভা দিৱস: বিশিষ্ট শিল্পীলৈ সন্মান চৰকাৰৰ". www.etvbharat.com. 20 June 2022. https://www.etvbharat.com/assamese/assam/state/dibrugarh/bishnu-rabha-divas-centrally-observed-at-dibrugarh/assam20220620212806121121459। আহৰণ কৰা হৈছে: 26 June 2022.
- ↑ Ankur Dutta (November 2020). "RECONSTRUCTION AND RETELLING OF HISTORY IN NOVEL: A STUDY THROUGH THE ASSAMESE NOVEL". International Journal of Management (IJM) খণ্ড 11 (11): 1040-1045. doi:10.34218/IJM.11.11.2020.096. ISSN 0976-6510. PMID IJM_11_11_096. https://iaeme.com/MasterAdmin/Journal_uploads/IJM/VOLUME_11_ISSUE_11/IJM_11_11_096.pdf.
- ↑ "মৰাণত বিশিষ্ট সাহিত্যিক ইলা বৰগোহাঁইৰ দুখন গ্ৰন্থ উন্মোচন". www.etvbharat.com. 23 Octobeer 2020. https://www.etvbharat.com/assamese/assam/city/dibrugarh/two-book-inaugurated-in-173-no-jonaki-mel-at-moran/assam20201023074313245। আহৰণ কৰা হৈছে: 26 June 2022.