উদ্বেগজনিত ব্যাধিগ্ৰস্ত প্ৰখ্যাত ব্যক্তিসকলৰ তালিকা
বিভিন্ন উৎসৰ দ্বাৰা প্ৰক্ষেপিত তথ্যৰ পৰা দেখা যায় যে, পৃথিৱীৰ বহু প্ৰখ্যাত ব্যক্তিৰ উদ্বেগজনিত ব্যাধি কোনো ৰূপত আছিল বা আছে। তেনে প্ৰখ্যাত ব্যক্তিসকলৰ বহুজনে নিজস্ব ব্যাধিৰ ৰূপ ৰাজহুৱাও কৰিছে। উপলব্ধ এনে ৰাজহুৱা তথ্যৰ ভিত্তিত অথবা তেওঁলোকৰ সৈতে জড়িত বিশ্বাসযোগ্য সূত্ৰৰ আধাৰত নিম্নোক্ত তালিকাখন প্ৰস্তুত হৈছে। মন কৰিবলগীয়া যে, সঘনাই আলোচিত আন এক বিষয় সৃজনশীলতা আৰু মানসিক স্বাস্থ্যৰ সৈতে এই ব্যক্তিসকলৰ উল্লেখ প্ৰায়েই জড়িত হৈ থাকে। এই তালিকাখনত মৃত ব্যক্তিৰ ক্ষেত্ৰত ভূতাপেক্ষ বা পূৰ্বৱৰ্তী ৰোগ নিৰ্ণয়ৰ দ্বাৰা প্ৰাপ্ত তথ্য, কেৱলমাত্ৰ মূলসুঁতিৰ শিক্ষায়তনিক সূত্ৰৰ দ্বাৰা প্ৰতিপাদ্য প্ৰতিক্ষেপক হ'লেহে উল্লেখিত হোৱা উচিত। কোনো ব্যক্তিৰ ক্ষেত্ৰত তেওঁৰ ব্যাধি সম্পৰ্কীয় তথ্য মূলসুঁতিৰ বিশ্বস্ত সূত্ৰত সঘনভাৱে উল্লেখিত হ'লেহে এই তালিকাৰ অন্তৰ্ভুক্ত কৰা উচিত।
তালিকা
[সম্পাদনা কৰক]আ
[সম্পাদনা কৰক]- আমাণ্ডা বেইনছ্, আমেৰিকান অভিনেত্ৰী[1]
- আমাণ্ডা ছেইফ্ৰেইড, আমেৰিকান অভিনেত্ৰী, গায়িকা, আৰু মডেল[2]
ই
[সম্পাদনা কৰক]- ইয়াৰ্ল কে’ম্পবে’ল, আমেৰিকান ফুটবল খেলুৱৈ[3]
উ
[সম্পাদনা কৰক]- উডী এলে’ন, আমেৰিকান চলচ্চিত্ৰ পৰিচালক যাৰ অত্যধিক-অমোঘ ব্যাধি (obsessive–compulsive disorder) আছিল।[4]
এ
[সম্পাদনা কৰক]- এডে'ল, গ্ৰেমী ৱঁটা প্ৰাপ্ত বিখ্যাত ব্ৰিটিছ গায়িকা এডে'লৰ উদ্বেগজনিত সমস্যা আৰু পে'নিক এটে'ক (panick attack)-ৰ সমস্যা আছিল।[5]
- এমিলী ল’য়ড, ইংৰাজ অভিনেত্ৰী যি উদ্বেগজনিত সমস্যাত আৰু অত্যধিক-অমোঘ ব্যাধি (obsessive-compulsive disorder)-ত আক্ৰান্ত আছিল[6]
- এণ্ট মেকপাৰ্টলিন, ব্ৰিটিছ টেলিভিছন উপস্থাপক যি উদ্বেগজনিত সমস্যাত আক্ৰান্ত[7]
- এমা ষ্ট’ন, আমেৰিকান অভিনেত্ৰী, যি পে'নিক এটে'ক (panick attack)-ৰ সমস্যাত আক্ৰান্ত আছিল[8]
ক
[সম্পাদনা কৰক]- কাৰ্ডি বি, আমেৰিকান ৰে'প্ গায়ক[9]
- কাৰ্ছ'ন ডে'লী, আমেৰিকান টেলিভিছন হ'ষ্ট, প্ৰযোজক, আৰু ৰেডিঅ'ৰ শিল্পী[10]
- কিম বেছিংগাৰ, আমেৰিকান অভিনেত্ৰী যি সামাজিক উদ্বিগ্নতাৰ ভীতিগ্ৰস্ততা (social anxiety disorder)-ত আক্ৰান্ত আছিল[11]
- কেমেৰ'ণ ডিয়াজ, আমেৰিকান অভিনেত্ৰী যি অত্যধিক-অমোঘ ব্যাধি (obsessive-compulsive disorder)-ত আক্ৰান্ত আছিল[12]
- কেণ্ডাল জেন্নাৰ, আমেৰিকান মডেল আৰু টেলিভিছনৰ বক্তা[13]
- ক্ৰিষ্টে’ন বে’ল, আমেৰিকান অভিনেত্ৰী যি উদ্বেগজনিত সমস্যাত আক্ৰান্ত[14]
- ক্ৰিছ এভানছ্, আমেৰিকান অভিনেতা[15]
- ক’ল্ট’ন হেইনছ্, আমেৰিকান অভিনেতা[16]
- কেভিন লভ, আমেৰিকান পেছাদাৰী বাস্কেটনল খেলুৱৈ[17]
- ক্লিণ্ট মালাৰচাক, কানাডীয় আইচ হকী খেলুৱৈ[18]
- জেইন মালিক, ইংৰাজ গায়ক আৰু গীতিকাৰ[19]
ছ
[সম্পাদনা কৰক]- ছাৰাহ ছিলভাৰমেন, আমেৰিকান কমেডিয়ান আৰু অভিনেত্ৰী[20]
- ছাৰ্লিজ থেৰ'ন, দক্ষিণ-আমেৰিকান অভিনেত্ৰী[21]
- ছিডনী মাগ্ৰুডে'ৰ ৱাশ্বিংটন, আমেৰিকান বেলে নৃত্যশিল্পী[22]
- ছে’লেনা গ’মেজ, আমেৰিকান গায়িকা আৰু অভিনেত্ৰী[23]
জ
[সম্পাদনা কৰক]- জেছিকা এ'লবা, আমেৰিকান অভিনেত্ৰী, তেওঁৰ অত্যধিক-অমোঘ ব্যাধি (obsessive–compulsive disorder) আছিল[24]
- জাষ্টিন বে'ইবাৰ, কানাডাৰ গায়ক যাৰ হতাশগ্ৰস্ততা আৰু উদ্বেগজনিত সমস্যা আছিল[25]
- জাষ্টিন টিম্বাৰলে’ক, আমেৰিকান গায়ক আৰু নৃত্যশিল্পী যি অত্যধিক-অমোঘ ব্যাধি (obsessive-compulsive disorder)-ত আক্ৰান্ত হৈছিল[26]
- জ’নী ডে’প্প্ , আমেৰিকান অভিনেতা[27]
- জে’ক গ্ৰেইঁকে, আমেৰিকান বাস্কেটবল খেলুৱৈ[28]
- জেইছ্ আইজেনবাৰ্গ, আমেৰিকান অভিনেতা[29]
- জেনিফাৰ ল’ৰেঞ্চ, অস্কাৰ বিজয়ী আমেৰিকান অভিনেত্ৰী যি উদ্বেগজনিত সমস্যাত ভুগিছিল[30]
- জ’ৰ্জ এজৰা, বিট্ৰিছ গায়ক-গীতিকাৰ যি উদ্বেগজনিত সমস্যা আৰু অত্যধিক-অমোঘ ব্যাধি (obsessive-compulsive disorder)-ত আক্ৰান্ত[31]
- জ’ন মেয়াৰ, আমেৰিকান কণ্ঠশিল্পী আৰু সংগীতবিদ[32]
- জেন্নে’ট মেক্ কাৰ্ডী, আমেৰিকান অভিনেত্ৰী আৰু গায়িকা যি অত্যধিক-অমোঘ ব্যাধি (obsessive-compulsive disorder)-ত আক্ৰান্ত আছিল[33]
- জ'ন ৰিচাৰ্ডছন, ইংৰাজ কমেডিয়ান যি অত্যধিক-অমোঘ ব্যাধি (obsessive-compulsive disorder)-ত আক্ৰান্ত আছিল[34]
ড
[সম্পাদনা কৰক]- ডেভিদ বে'কহাম, ব্ৰিটিছ ফুটবলাৰ যাৰ অত্যধিক-অমোঘ ব্যাধি (obsessive-compulsive disorder) আছিল[35]
- ডেমী ল’ৱেট’, আমেৰিকান কণ্ঠশিল্পী[36]
- ড'ন্নী অ'ছমণ্ড, আমেৰিকান গায়ক আৰু অভিনেতা[37]
ত
[সম্পাদনা কৰক]- তাৰাজি পি. হেনছন, আমেৰিকান অভিনেত্ৰী[38]
ন
[সম্পাদনা কৰক]- নাওমি জুড, আমেৰিকান দেশীয় গায়ক আৰু The Judds-ৰ সদস্য, যি উদ্বেগজনিত সমস্যাত যুঁজিছিল[39]
- নিক’ল কিডমে’ন, অস্কাৰ বিজয়ী অষ্ট্ৰেলিয়ান গায়িকা যি পে'নিক এটে'কৰ (panick attack)-ৰ সমস্যাত আক্ৰান্ত আছিল[40]
প
[সম্পাদনা কৰক]- পাউল ডীন, আমেৰিকান ৰান্ধনি (chef) যাৰ agoraphobia আছিল[41]
- প'ল গেস্ক'ইন, ইংৰাজ ফুটবলাৰ যাৰ উদ্বেগজনিত সমস্যাৰ সমস্যা আছিল[42]
ব
[সম্পাদনা কৰক]- বিল্লী ব’ব থ’ৰ্নটন, আমেৰিকান অভিনেতা আৰু সংগীতজ্ঞ যি অত্যধিক-অমোঘ ব্যাধি (obsessive-compulsive disorder)-ত ভুগিছিল[43]
- বেন স্বৱাৰ্টজ, আমেৰিকান অভিনেতা, কমেডিয়ান আৰু লেখক[44]
ম
[সম্পাদনা কৰক]- মাইকে'ল ক্লিফ’ৰ্ড, অষ্ট্ৰেলিয়ান বেণ্ড 5 Seconds of Summer-ৰ গীটাৰবাদক
- মাইকেল ফীফাৰ, আমেৰিকান অভিনেত্ৰী যি সামাজিক উদ্বিগ্নতাৰ ভীতিগ্ৰস্ততা (social anxiety disorder)-ৰ ব্যাধিৰ সৈতে যুঁজিব লগা হৈছিল[45]
- মাৰ্ক ছামাৰছ, আমেৰিকান টেলিভিছন ব্যক্তিত্ব আৰু গে'ম শ্ব'ৰ আঁত ধৰোঁতা যি অত্যধিক-অমোঘ ব্যাধি (obsessive-compulsive disorder)-ত আক্ৰান্ত হৈছিল[46]
- মাৰা উইলছন, আমেৰিকান লেখক যি অত্যধিক-অমোঘ ব্যাধি (obsessive-compulsive disorder)-ৰ বিৰুদ্ধে যুঁজিব লগা হৈছিল[47]
- মিছী এলিয়ট, আমেৰিকান ৰে’প গায়ক যি উদ্বেগজনিত সমস্যাত আক্ৰান্ত আছিল[9]
- মীনা ম'ই, আমেৰিকাত জন্ম প্ৰাপ্ত TWICE গোটৰ জাপানীজ কণ্ঠশিল্পী, তেওঁ উদ্বেগজনিত সমস্যাত আক্ৰান্ত হৈ কেৰিয়াৰৰ পৰা সাময়িক বিৰতি ল'ব লগা হৈছিল[48][49][50]
য
[সম্পাদনা কৰক]- যে’ক ব্ৰে’ফ, আমেৰিকান অভিনেতা যি অত্যধিক-অমোঘ ব্যাধি (obsessive-compulsive disorder)-ত আক্ৰান্ত[51]
- য’য়ে ছাগ, ইংৰাজ য়ুটিউবাৰ, লেখিকা আৰু ব্যৱসায়ী যি উদ্বেগজনিত সমস্যাত আক্ৰান্ত[52]
ৰ
[সম্পাদনা কৰক]- ৰ’ইচ হোৱাইট, আমেৰিকান বাস্কেটবল খেলুৱৈ[53]
ল
[সম্পাদনা কৰক]- লিঅ'নাৰ্ড' ডিকাপ্ৰিঅ', অস্কাৰ বিজয়ী আমেৰিকান অভিনেতা যি অত্যধিক-অমোঘ ব্যাধি (obsessive-compulsive disorder)-ৰ চিকাৰ আছিল[12]
- লেডী গাগা, আমেৰিকান সংগীতকাৰ আৰু অভিনেত্ৰী যি হতাশগ্ৰস্ততা আৰু উদ্বেগজনিত সমস্যাত আক্ৰান্ত আছিল[54]
- লিলি ৰেইনহাৰ্ট , আমেৰিকান অভিনেত্ৰী[55]
- লেএন ৰীমছ্, আমেৰিকান দেশীয় গীতৰ গায়ক[56]
ৱ
[সম্পাদনা কৰক]- ৱিন'না ৰাইডাৰ, আমেৰিকান অভিনেত্ৰী যি উদ্বেগজনিত সমস্যাত ভুগিছিল[57]
- ৱিল হুৱেটন, আমেৰিকান অভিনেতা[58]
শ
[সম্পাদনা কৰক]- শ্ব’ন মেণ্ডিজ, কানাডীয় গায়ক-গীতিকাৰ যি উদ্বেগজনিত সমস্যাত আক্ৰান্ত[59]
ষ
[সম্পাদনা কৰক]- ষ্টিফেন ক’লবাৰ্ট, আমেৰিকান কমেডিয়ান আৰু টক-শ্ব'ৰ আঁত ধৰোঁতা যাৰ উদ্বেগজনিত সমস্যা, হতাশগ্ৰস্ততা আৰু পেনিক এটে'ক আছিল[60][61]
স
[সম্পাদনা কৰক]- স্কাৰলে’ট জ’হানছ’ন, আমেৰিকান অভিনেত্ৰী যি উদ্বেগজনিত সমস্যা আৰু পে'নিক এটে'কৰ (panick attack)-ত আক্ৰান্ত আছিল[62]
হ
[সম্পাদনা কৰক]- হেৰিছন ফ'ৰ্ড, আমেৰিকান অভিনেতা যি সামাজিক উদ্বিগ্নতাৰ ভীতিগ্ৰস্ততা (social anxiety disorder)-ত আক্ৰান্ত আছিল[63]
- হৌপী গ’ল্ডবাৰ্গ, আমেৰিকান অভিনেত্ৰী আৰু টেলিভিছনৰ বক্তা[64]
- হে’থাৰ ল’কলিয়েৰ, আমেৰিকান অভিনেত্ৰী আৰু মডেল[65]
- হাউৱি মেণ্ডেল, কানাডীয় টেলিভিছন ব্যক্তিত্ব যি অত্যধিক-অমোঘ ব্যাধি (obsessive-compulsive disorder)-ৰ সৈতে যুঁজিব লগা হৈছিল[66]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Greco, Alanna Lauren (23 May 2020). "Amanda Bynes Reveals That She Spent the Last Two Months in Treatment and Is Now "Back on Track"". Cosmopolitan. https://www.cosmopolitan.com/entertainment/celebs/a32651299/amanda-bynes-treatment-mental-health/। আহৰণ কৰা হৈছে: 13 November 2020.
- ↑ DeNicolo, David (18 October 2016). "Amanda Seyfried on Her Mental Health, Her Dog, and Those Eyes". Allure (magazine). https://www.allure.com/story/amanda-seyfried-ocd-mental-health-stigma। আহৰণ কৰা হৈছে: 13 November 2020.
- ↑ Downey, Mike (26 September 1999). "A Heartbeat Away From Panic". Los Angeles Times. https://www.latimes.com/archives/la-xpm-1999-sep-26-mn-14349-story.html। আহৰণ কৰা হৈছে: 17 May 2019.
- ↑ "Woody Allen is an obsessive compulsive". Female First. http://www.femalefirst.co.uk/celebrity/Woody+Allen-3295.html.
- ↑ "Adele takes therapist on tour to help her combat anxiety". 28 February 2016. https://www.dailystar.co.uk/showbiz/497525/Adele-therapist-tour-help-combat-anxiety-fear-flying-stage-fright.
- ↑ "Emily Lloyd: I've beaten depression, drugs, Tourette's and obsessive compulsive disorder". Daily Mirror. 11 May 2013. https://www.mirror.co.uk/news/uk-news/emily-lloyd-ive-beaten-depression-1882972.
- ↑ https://www.nme.com/news/ant-mcpartlin-opens-battle-depression-anxiety-addiction-2089960#:~:text=The%20TV%20host%20has%20reportedly,inspire%20others%20to%20seek%20help.
- ↑ Gonzalez, Sandra (2 October 2018). "Emma Stone opens up about ongoing battle with anxiety". CNN. https://www.cnn.com/2018/10/02/entertainment/emma-stone-anxiety/index.html। আহৰণ কৰা হৈছে: 10 May 2019.
- ↑ 9.0 9.1 Barr, Sabrina (6 February 2019). "Cardi B and Missy Elliott help to destigmatise anxiety with candid Twitter exchange". The Independent. https://www.independent.co.uk/life-style/health-and-families/cardi-b-missy-elliott-anxiety-mental-health-twitter-sarah-silverman-a8765521.html.
- ↑ Frank, Gabrielle (23 March 2018). "Carson Daly does this 1 thing when he feels". Today. https://www.today.com/series/one-small-thing/how-carson-daly-deals-anxiety-disorder-t125577.
- ↑ Gloria Goodwin (January 23, 2013). "Kim Basinger's Battle With Social Anxiety". Beyond Anxiety and Depression. Archived from the original on April 29, 2014. https://web.archive.org/web/20140429114022/https://www.beyondanxietyanddepression.com/celebrities-anxiety/kim-basingers-battle-social-anxiety। আহৰণ কৰা হৈছে: January 8, 2021.
- ↑ 12.0 12.1 Baria, Zeenia (17 January 2017). "When Leonardo Dicaprio, Cameron Diaz were plagued by OCD". The Times of India. https://timesofindia.indiatimes.com/entertainment/english/hollywood/news/When-Leonardo-Dicaprio-Cameron-Diaz-were-plagued-by-OCD/articleshow/50521102.cms.
- ↑ O'Malley, Katie (7 August 2018). "Kendall Jenner Reveals She Was On The 'Verge Of A Mental Breakdown' In 2017". ELLE. https://www.elle.com/uk/life-and-culture/culture/a22660587/kendall-jenner-mental-breakdown/। আহৰণ কৰা হৈছে: 10 May 2019.
- ↑ The Off Camera Show with Sam Jones. "Kristen Bell Explains There Is No Shame In Feeling Anxiety & Depression". YouTube. https://www.youtube.com/watch?v=mYUQ_nlZgWE। আহৰণ কৰা হৈছে: January 29, 2018.
- ↑ Contrera, Jessica (9 May 2016). "Kristen Bell and Chris Evans interviews highlight what happens when celebrities talk about depression". The Independent. https://www.independent.co.uk/news/people/kristen-bell-chris-evans-and-what-happens-when-celebrities-talk-about-anxiety-and-depression-a7019891.html.
- ↑ Heller, Corinne (2 December 2015). "Colton Haynes Talks About Battling Anxiety and Agoraphobia". E! Online. https://www.eonline.com/news/720569/colton-haynes-opens-up-about-his-struggles-with-anxiety-and-agoraphobia। আহৰণ কৰা হৈছে: 5 April 2019.
- ↑ Shultz, Alex (9 May 2019). "Kevin Love on How to Find the Right Therapist, and What to Do If You Can't Afford One" (en ভাষাত). GQ. https://www.gq.com/story/kevin-love-mental-health-interview। আহৰণ কৰা হৈছে: 15 May 2019.
- ↑ Gulitti, Tom (15 March 2017). "Clint Malarchuk has new lease on life". NHL. https://www.nhl.com/news/clint-malarchuk-helping-others-with-depression/c-287736086। আহৰণ কৰা হৈছে: 17 May 2019.
- ↑ Malik, Zayn (31 October 2016). "Why I Went Public With My Anxiety". টাইম (আলোচনী). http://time.com/4551320/zayn-malik-anxiety/। আহৰণ কৰা হৈছে: 10 May 2019.
- ↑ Field, Genevieve (13 October 2015). "Sarah Silverman Opens Up About Her Battle With Depression and Her Gutsiest Career Move Yet". Glamour (magazine). https://www.glamour.com/story/sarah-silverman-on-i-smile-back-and-battle-with-depression.
- ↑ Griffiths, Emmy (12 April 2017). "Charlize Theron on how her kids have helped with her anxiety". Hello! (magazine). https://www.hellomagazine.com/celebrities/2017041238106/charlize-theron-on-how-her-kids-have-helped-with-her-anxiety/.
- ↑ Klein, Sarah (22 May 2018). "Why This Ballerina With Panic Disorder and Depression Refuses to Apologize for Her Mental Illness". Health (magazine). Archived from the original on 14 November 2020. https://web.archive.org/web/20201114110317/https://www.health.com/condition/depression/sydney-magruder-real-life-strong। আহৰণ কৰা হৈছে: 13 November 2020.
- ↑ "Selena Gomez Gets Real About Anxiety—And How Therapy Changed Everything". Vogue (magazine). 16 March 2017. https://www.vogue.com/article/selena-gomez-rehab-therapy-mental-health-depression। আহৰণ কৰা হৈছে: 9 April 2019.
- ↑ "Jessica Alba". www.depression-guide.com. http://www.depression-guide.com/celebrities/jessica-alba.htm.
- ↑ Abrams, Margaret (27 January 2020). "Justin Bieber reveals struggles with anxiety and opens up about his marriage in new Seasons documentary trailer". Evening Standard. https://www.standard.co.uk/insider/alist/justin-bieber-reveals-struggles-with-anxiety-and-opens-up-about-his-marriage-in-new-seasons-a4346121.html.
- ↑ WELT (24 June 2008). "US Celebrities: Justin Timberlake reveals he has OCD". https://www.welt.de/english-news/article2140991/Justin-Timberlake-reveals-he-has-OCD.html.
- ↑ "25 Famous People With Anxiety Disorder". Keep Your Calm. Archived from the original on 2018-04-20. https://web.archive.org/web/20180420203031/https://keepyourcalm.com/blog/25-famous-people-anxiety-disorder। আহৰণ কৰা হৈছে: 2021-01-08.
- ↑ Berg, Ted (8 March 2018). "Zack Greinke: 'Every year, I get nervous that it's not working good enough'" (en ভাষাত). USA Today SportsFor The Win. https://ftw.usatoday.com/2018/03/zack-greinke-spring-training-arizona-diamondbacks-velocity-performance-mlb। আহৰণ কৰা হৈছে: 17 May 2019.
- ↑ Mumford, Gwilym (14 September 2018). "Jesse Eisenberg on Woody Allen, anxiety and fatherhood: 'Now I get to worry about something visible'". The Guardian. https://www.theguardian.com/film/2018/sep/14/jesse-eisenberg-on-woody-allen-anxiety-and-fatherhood.
- ↑ Bode, Lucy (21 September 2017). "Jennifer Lawrence's Confession About Anxiety Is Something We Can All Relate To". womenshealth.com.au. https://www.womenshealth.com.au/jennifer-lawrence-airplane-anxiety.
- ↑ Reilly, Nick (19 January 2018). "George Ezra returns with comeback single 'Paradise'". NME. https://www.nme.com/news/music/george-ezra-returns-comeback-single-paradise-2222055। আহৰণ কৰা হৈছে: 10 May 2018.
- ↑ "Famous People Get Anxious, Too - Mental Health Awareness". Everyday Health. https://www.everydayhealth.com/anxiety-pictures/celebrities-with-anxiety-disorders.aspx#08.
- ↑ https://www.youtube.com/watch?v=DAgTxsUHgAo
- ↑ Sherlock, Gemma (15 June 2016). "Jon Richardson returns to Morecambe Winter Gardens for Lancaster hospice". The Visitor (newspaper). https://www.thevisitor.co.uk/news/jon-richardson-returns-to-morecambe-winter-gardens-for-lancaster-hospice-1-7966005.
- ↑ Maxine Frith (3 April 2006). "Beckham reveals his battle with obsessive disorder". The Independent. https://www.independent.co.uk/news/uk/this-britain/beckham-reveals-his-battle-with-obsessive-disorder-6104728.html.
- ↑ Lewis, Amy (28 June 2016). "Demi Lovato on overcoming her anxiety and body image anguish". Women's Health (magazine). http://www.womenshealthmag.co.uk/health/symptom-checker/5267/demi-lovato-on-overcoming-her-anxiety-and-body-image-anguish/। আহৰণ কৰা হৈছে: 20 April 2018.
- ↑ "Donny Osmond Confronts Panic - 48 Hours". CBS News. 24 February 2000. https://www.cbsnews.com/news/donny-osmond-confronts-panic/। আহৰণ কৰা হৈছে: 15 May 2019.
- ↑ Wagmeister, Elizabeth (2 April 2019). "Taraji P. Henson Reveals She Suffers From Depression and Still Faces Pay Inequality" (en ভাষাত). Variety (magazine). https://variety.com/2019/tv/features/taraji-p-henson-depression-pay-inequality-empire-1203178582/। আহৰণ কৰা হৈছে: 15 May 2019.
- ↑ Dawn, Randee (5 December 2017). "Naomi Judd reveals she considered suicide while in 'dark hole of depression'". Today. https://www.today.com/health/naomi-judd-reveals-she-considered-suicide-while-dark-hole-depression-t119647.
- ↑ "Nicole: My battle with panic attacks". Evening Standard. 19 March 2002. https://www.standard.co.uk/news/nicole-my-battle-with-panic-attacks-6304113.html.
- ↑ Moskin, Julia (28 February 2007). "From Phobia to Fame: A Southern Cook's Memoir". The New York Times. https://www.nytimes.com/2007/02/28/dining/28deen.html.
- ↑ Armstrong, Jeremy (11 February 2013). ""Hallucinations, tremors, insomnia, anxiety and paranoia": Gazza's detox hell". https://www.mirror.co.uk/news/world-news/paul-gascoigne-detox-hell-hallucinations-1703970.
- ↑ Curry, Ann (3 April 2004). "Billy Bob Thornton opens up". https://www.nbcnews.com/id/4654882#.WtnwSExFxPY.
- ↑ https://www.jpost.com/israel-news/culture/ben-schwartz-voice-of-sonic-worries-he-might-not-fit-in-in-hollywood-618674
- ↑ Willis, Jackie (12 October 2017). "Michelle Pfeiffer Opens Up About Her Social Anxiety, Admits She First Found Fame 'Terrifying'". Entertainment Tonight. http://www.etonline.com/michelle-pfeiffer-opens-about-her-social-anxiety-admits-she-first-found-fame-terrifying-89105.
- ↑ Snyder, Chris (9 June 2017). "Here's what 'Double Dare' host Marc Summers is up to today". Business Insider. Archived from the original on 12 June 2017. https://web.archive.org/web/20170612013346/http://uk.businessinsider.com/marc-summers-hosting-double-dare-nickelodeon-on-your-marc-physical-challenge-ocd-documentary-slime-2017-6। আহৰণ কৰা হৈছে: 8 January 2021.
- ↑ Nelson, Jeff (24 August 2016). "Matilda Child Star Mara Wilson Battled OCD and Depression – and More Revelations from Her Emotional Memoir". People (magazine). http://people.com/celebrity/mara-wilson-battled-ocd-depression-anxiety-revelations-from-memoir/.
- ↑ Tan, Pakkee (27 August 2019). "TWICE's Mina Confirmed To Be Suffering From Anxiety Disorder". E! News. https://www.eonline.com/ap/news/1068183/twice-s-mina-confirmed-to-be-suffering-from-anxiety-disorder। আহৰণ কৰা হৈছে: 31 October 2020.
- ↑ Loh, Keng Fatt (February 12, 2020). "Twice singer Mina, who took time out to battle anxiety attacks, back on stage in Japan". The Straits Times. https://www.straitstimes.com/lifestyle/entertainment/twice-singer-mina-who-took-time-out-to-battle-anxiety-attacks-back-on-stage। আহৰণ কৰা হৈছে: May 20, 2020.
- ↑ Dong, Sun-hwa (July 12, 2019). "Extreme anxiety forces TWICE's Mina from world tour". The Korea Times. http://www.koreatimes.co.kr/www/news/nation/2019/07/732_272220.html। আহৰণ কৰা হৈছে: December 1, 2019.
- ↑ https://www.independent.co.uk/arts-entertainment/films/features/zach-braff-interview-scrubs-star-new-film-wish-i-was-here-and-pushing-40-9744274.html
- ↑ "Zoella pens honest post about battling anxiety in a social media obsessed world". Glamour (magazine). https://www.glamourmagazine.co.uk/gallery/zoella-vlog-anxiety-column-anxiety-video-and-advice.
- ↑ Max, Mike (12 May 2018). "Royce White On How He's Learned To Respond To Anxiety" (en ভাষাত). WCCO-TV. https://minnesota.cbslocal.com/2018/05/12/royce-white-on-how-hes-learned-to-respond-to-anxiety/। আহৰণ কৰা হৈছে: 17 May 2019.
- ↑ Billboard (2015-10-15). "Lady Gaga on Born This Way Foundation, Suffering From Depression". Billboard. https://www.billboard.com/articles/news/magazine-feature/6730027/lady-gaga-billboard-cover-born-this-way-foundation-depression-philanthropy। আহৰণ কৰা হৈছে: 2018-04-20.
- ↑ Framke, Caroline (28 August 2018). "Why Lili Reinhart Isn't Afraid to Speak Out on Mental Health and Body Issues" (en ভাষাত). Variety. https://variety.com/2018/tv/features/lili-reinhart-riverdale-mental-health-body-issues-1202916764/। আহৰণ কৰা হৈছে: 10 May 2019.
- ↑ Abbey, Jennifer. "LeAnn Rimes and Other Stars Open Up About Anxiety Struggle". Disney–ABC Television Group. https://abcnews.go.com/Entertainment/leann-rimes-emma-stone-paula-deen-donny-osmond/story?id=17127561। আহৰণ কৰা হৈছে: 1 March 2019.
- ↑ "Winona Ryder opens up about her depression and anxiety". Dazed. 8 August 2016. http://www.dazeddigital.com/artsandculture/article/32359/1/winona-ryder-opens-up-about-her-depression-and-anxiety.
- ↑ Getaneh, Mary (20 April 2018). "Actor Wil Wheaton opens up about mental illness before his visit to Calgary" (en ভাষাত). thestar.com. https://www.thestar.com/calgary/2018/04/20/actor-wil-wheaton-opens-up-about-mental-illness-before-his-visit-to-calgary.html। আহৰণ কৰা হৈছে: 6 April 2019.
- ↑ https://www.teenvogue.com/story/shawn-mendes-coping-anxiety
- ↑ Brian Hiatt, "The Triumph of Stephen Colbert", Rolling Stone, Aug. 29, 2018.
- ↑ Thomas, Mike (September 3, 2015). "How Chicago Shaped Stephen Colbert". Chicago Reader. https://m.chicagoreader.com/chicago/stephen-colbert-second-city-late-show/Content?oid=18958403। আহৰণ কৰা হৈছে: March 1, 2018.
- ↑ "Scarlett Johansson's anxiety attacks". Female First. http://www.femalefirst.co.uk/celebrity/Scarlett+Johansson-4172.html.
- ↑ Bailey, Eileen (7 August 2008). "Celebrities with Anxiety: Harrison Ford: Fear of Public Speaking". HealthCentral. https://www.healthcentral.com/article/celebrities-with-anxiety-harrison-ford-fear-of-public-speaking.
- ↑ Orzessek, Eli (15 May 2018). "Flying away from fear: Overcoming a phobia of air travel" (en-NZ ভাষাত). The New Zealand Herald. https://www.nzherald.co.nz/travel/news/article.cfm?c_id=7&objectid=12051052। আহৰণ কৰা হৈছে: 9 April 2019.
- ↑ "Locklear in Care for Anxiety, Depression". ABC News. 26 June 2008. https://abcnews.go.com/Entertainment/story?id=5237549&page=1.
- ↑ "Howie Mandel 'Deals' Publicly With OCD". ABC News. 1 December 2009. https://abcnews.go.com/2020/howie-mandel-public-obsessive-compulisve-disorder-fear-germs/story?id=9153966.