উমৰজী অনুৰাধা
অৱয়ব
উমাৰজী অনুৰাধা (তেলেগু: ఉమర్జీ అనూరాధ, ইংৰাজী: Umarji Anuradha) এগৰাকী ভাৰতীয় তেলেগু ভাষাৰ লেখক। তেওঁক তেলেগু চলচ্চিত্ৰ আৰু সাংবাদিকতা ক্ষেত্ৰত কৰা কামৰ বাবে জনা যায়। তেওঁ সৰ্বাধিক প্ৰচাৰিত তেলেগু সাপ্তাহিক চলচ্চিত্ৰালোচনী চিতাৰা ফিল্ম ৱিকলি মেগাজিনত ভেণ্ডি তেৰা নিৰ্দেশকুলুৰ দৰে চলচ্চিত্ৰৰ সৰ্ব্ববৃহৎ ব্যক্তিস্বত্বাসমূহৰ বিষয়ে ধাৰাবাহিকভাৱে লিখিছিল।