একসদনবাদ
অৱয়ব

দ্বি-সদনীয় বিধায়িনীসভা থকা দেশসমূহ।
এক-সদনীয় বিধায়িনীসভা থকা দেশসমূহ।
এক-সদনীয় বিধায়িনীসভা থকা আৰু পৰামৰ্শদাতা সংস্থা থকা দেশসমূহ।
বিধায়িনীসভা নথকা দেশসমূহ।
একসদনবাদ (ইংৰাজী: unicameralism) (লেটিন: Uni (ইউনি)- "এক" + Camera (কেমেৰা)- "সদন") হৈছে শাসনপদ্ধতিত প্ৰচলিত একক বিধায়িনী বা এক সংসদীয় কক্ষ থকাৰ এক প্ৰথা বা পদ্ধতি। গতিকে, একসদনীয় সংসদ বা বিধানসভা হৈছে এক প্ৰকাৰ বিধায়িনীসভা য'ত এটা কক্ষ, সদন বা ঘৰ থাকে।[1]