এক তাল (তবলা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

এক তাল হৈছে বাৰ মাত্ৰাৰ এটি তাল।

ঠেকা[সম্পাদনা কৰক]

তলত একতালৰ ঠেকা দিয়া হ'ল--[1]

ধিন ধিন ।
ধা ধা ।
তুন না ।
কত্‌ তা ।
ধাগে তেটে ।
ধিন তেটে ।

ঠেকাৰ বিৱৰণ[সম্পাদনা কৰক]

একতালৰ ঠেকাত বাৰ মাত্ৰা আছে। একতাল এক সমপদী তাল, অৰ্থাৎ একতালৰ প্ৰতিটো বিভাগত সমান সমান মাত্ৰা আছে। একতালৰ ৬টা বিভাগ আছে, প্ৰতিটো বিভাগত ২ মাত্ৰাকৈ আছে। একতালৰ প্ৰথম মাত্ৰাত সম্‌, ৩য়, ৭ম্‌ মাত্ৰাত খালি আৰু ৫ম্‌, ৯ম্‌ আৰু একাদশ মাত্ৰাত তালি আছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. [https://raag-hindustani/rhythm.html[সংযোগবিহীন উৎস] ৰাগ হিন্দুস্তানী