ওম
Jump to navigation
Jump to search
Ohm | |
---|---|
![]() A laboratory one-Ohm standard resistor. | |
Unit information | |
একক প্ৰণালী | এছ.আই.একক |
কিহৰ একক | বৈদ্যুতিক ৰোধ |
চিহ্ন | Ω |
নামৰ উৎস | জৰ্জ ওম |
In SI base units: | kg⋅m2⋅s-3⋅A-2 |
ওম (ইংৰাজী: Ohm) হ'ল ৰোধৰ এছ.আই.একক যাক গ্ৰীক অক্ষৰ ওমেগা (Ω) ৰে সূচোৱা হয়। জাৰ্মান পদাৰ্থ বিজ্ঞানী তথা গণিতজ্ঞ জৰ্জ চায়মন ওমৰ নামেৰে এই এককৰ নামাকৰণ কৰা হৈছে।
সংজ্ঞা[সম্পাদনা কৰক]
কোনো এডাল পৰিবাহীৰ দুইমূৰৰ বিভৱভেদৰ মান ১ ভল্ট হ'লে তাৰ মাজেদি যদি ১ এম্পিয়াৰ বিদ্যুত প্ৰবাহ চালিত কৰা হয়, তেন্তে সেই পৰিবাহীৰ ৰোধক ১ ওম (1 Ω) বোলা হয়। গাণিতিকভাৱে য'ত