কনকেশ্বৰ বৰুৱা
![]() | এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
জন্ম আৰু পিতৃ-মাতৃৰ পৰিচয়[সম্পাদনা কৰক]
কনকেশ্বৰ বৰুৱাৰ জন্ম হয় ১৯১৫ চনত৷ মৰিগাঁও জিলাৰ জাগীচকী গাঁৱত৷ পিতৃৰ নাম কমলেশ্বৰ বৰুৱা আৰু মাতৃৰ নাম আলতী বৰুৱা৷ [1]
সামাজিক জীৱন[সম্পাদনা কৰক]
কনকেশ্বৰ বৰুৱা আছিল একেধাৰে অভিনেতা, গীতিকাৰ, সুৰকাৰ, গায়ক, চিত্ৰকৰ আদি৷ ব্ৰজনাথ শৰ্মা, ফণী শৰ্মা, চন্দ্ৰ চৌধুৰী আদি বিখ্যাত ব্যক্তিৰ সৈতে তেওঁ কলা-কৃষ্টিৰ চৰ্চা কৰিছিল৷ পিছলৈ নটৰাজ, পূৰ্বজ্যোতি আদি ভ্ৰাম্যমাণ নাট্যগোষ্ঠীসমূহতো তেওঁ যোগ দিছিল৷ তেওঁ নিজৰ গাঁৱত চিত্ৰলেখা নাট্য সমিতি গঠন কৰিছিল৷
মৃত্যু[সম্পাদনা কৰক]
তেখেতৰ মৃত্যু হয় ১৯৭১ চনত৷
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ শিৱনাথ বৰ্মন (২০০৯). কনকেশ্বৰ বৰুৱা. প্ৰকাশক ডিব্ৰুগড়: বনলতা. পৃষ্ঠা. ৩.