কলাগুৰু বিষ্ণুৰাভা (গ্ৰন্থ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কলাগুৰু বিষ্ণুৰাভা গ্ৰন্থৰ বেটুপাত

কলাগুৰু বিষ্ণুৰাভা (ইংৰাজী: Kalguru Bishnu Rabha)গ্ৰন্থখন বিষ্ণু প্ৰসাদ ৰাভা ৰ জীৱনীমূলক গ্ৰন্থ। গ্ৰন্থখনৰ প্ৰণেতা তিলক দাস। ১৯৮৮ চনত প্ৰথম প্ৰকাশ পোৱা গ্ৰন্থখনৰ প্ৰকাশক বনলতা, পানবজাৰ, গুৱাহাটী। ইয়াত মুঠতে একৈশটা অধ্যায় আছে।[1]

অধ্যায় সমূহ[সম্পাদনা কৰক]

  • নৱগুণ্ঠিতা ফুল্ল শিখৰিণী
  • এন্ধাৰৰ বক্ষ ফালি
  • জ্যোতিষী শিল্পীৰ গণনাৰে
  • অসমৰ প্ৰাণৰ স্পন্দন
  • বাহিৰত বৰ চুৰীয়াৰ ফেৰ
  • নামতীৰ নামৰ মহিমাৰে
  • সুহাই একতাল
  • কালা কানু নাচে চৰণ চলাই
  • শিল্পীৰ ন ন ভাৱেৰে
  • ৰজকিনী প্ৰেম বিকশিত হেম
  • সাত সূৰুযৰ দৰে
  • আৰু দুজনী জয়মতী
  • বিপ্লৱৰ বুৰঞ্জীত বিৰল
  • অজ্ঞাত বাসৰ ন-জ্ঞাত কথা
  • মৰমৰ ময়না পুখুৰী
  • চেনেহী চিকুণী দেৱী! অসমী জননী
  • সপ্তসুৰৰ কত মিঠা মাত
  • আই মোৰ ভাৰতী জননী'
  • ভৱ ভয় ভঞ্জন দুৰ্জ্জন শোষণ
  • তেজ ৰাঙলী শোণিতপুৰী
  • জনতাৰে ভৰপূৰ মুকুতিৰ দ'ল

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. তিলক দাস (২০১৯ পঞ্চম প্ৰকাশ). কলাগুৰু বিষ্ণুৰাভা. প্ৰকাশক গুৱাহাটী: বনলতা, পানবজাৰ, গুৱাহাটী.