সমললৈ যাওক

কানাডাৰ প্ৰদেশ আৰু ভূখণ্ড সমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
  • কানাডাৰ প্ৰদেশ আৰু ভূখণ্ড সমূহ
কানাডাৰ ১০ খন প্ৰদেশ আৰু ৩ ভূখণ্ডৰ এক মানচিত্ৰ
শ্ৰেণী Federated state
সংখ্যা
  • ১০ খন প্ৰদেশ
  • ৩ টা ভূখণ্ড
চৰকাৰ সাংবিধানিক ৰাজতন্ত্ৰ

কানাডাত সৰ্বমুঠ দহখন প্ৰদেশ আৰু তিনিটা ভূখণ্ড আছে। এই সকলোবোৰ কানাডাৰ সংবিধানৰ অধীনত উপ-ৰাষ্ট্ৰীয় প্ৰশাসনিক বিভাগ। ১৮৬৭ চনত কানাডাৰ কনফেডাৰেচন (Canadian Confederation)ত ব্ৰিটিছ উত্তৰ আমেৰিকাৰ তিনিখন প্ৰদেশ অৰ্থাৎ নিউ ব্ৰুন্সউইক,ন'ভা স্ক'চিয়া আৰু কানাডা প্ৰদেশ (যি কনফেডাৰেচনৰ পিছত অন্টাৰিঅ’ আৰু ক্যুবেকত বিভক্ত হৈছিল)একত্ৰিত হৈ এক যুক্তৰাষ্ট্ৰ (federation) গঠন কৰে। পৰৱৰ্তী শতিকাত এই যুক্তৰাষ্ট্ৰই এক সম্পূৰ্ণ স্বাধীন দেশত পৰিণত হয়। বিভিন্ন সময়ত কানাডাৰ আন্তঃৰাষ্ট্ৰীয় সীমা কেইবাবাৰো সলনি হৈছে। কাৰণ এই সময়ছোৱাত কানাডাত নতুন প্ৰদেশ আৰু ভূখণ্ড সন্নিৱিষ্ট হৈ আহিছে। বৰ্তমান মাটিকালিৰ ভিত্তিত কানাডা বিশ্বৰ দ্বিতীয় বৃহত্তম দেশ হিচাপে পৰিগণিত হৈছে।

কানাডাৰ প্ৰদেশ আৰু ভূখণ্ডৰ মাজৰ প্ৰধান পাৰ্থক্যটো হ'ল প্ৰদেশসমূহে নিজৰ ক্ষমতা আৰু কৰ্তৃত্ব সংবিধান আইন, ১৮৬৭ (Constitution Act, 1867)ৰ পৰা লাভ কৰে। আনহাতে ভূখণ্ডৰ চৰকাৰসমূহ হৈছে বিধিগত (creatures of statute), যি এই ক্ষমতা কানাডাৰ সংসদৰ পৰা লাভ কৰে। সংবিধান আইনৰ পৰা অহা ক্ষমতা কানাডা চৰকাৰ (ফেডাৰেল চৰকাৰ) আৰু প্ৰাদেশিক চৰকাৰসমূহৰ মাজত বিভক্ত। ফেডাৰেল আৰু প্ৰাদেশিক চৰকাৰৰ মাজত ক্ষমতা বিভাজনৰ ক্ষেত্ৰত যিকোনো প্ৰস্তাৱিত পৰিৱৰ্তনৰ বাবে সাংবিধানিক সংশোধনৰ প্ৰয়োজন হয়। আনহাতে ভূখণ্ডসমূহক প্ৰভাৱিত কৰা একেধৰণৰ পৰিৱৰ্তন কানাডাৰ সংসদ বা চৰকাৰে একপক্ষীয়ভাৱে কৰিব পাৰে।

প্ৰদেশসমূহ

[সম্পাদনা কৰক]
নাম মহানগৰ কনফেডাৰেশ্যনত যোগদান চৰকাৰী
ভাষা [1]
জনসংখ্যা মাটিকালি (km2)[2] আসনৰ সংখ্যা[3]
ৰাজধানী বৃহত্তম[4] ২০২১ ৰ লোকপিয়ল[5] ২০২৩
ৰ সাম্ভাব্য জনসংখ্যা[6]
মাটি পানী সৰ্বমুঠ হাউচ অব কমন্স চিনেট
অণ্টাৰিঅ' ON ট'ৰ'ণ্ট' ১ জুলাই, ১৮৬৭ ইংৰাজী ভাষা
১৪,২২৩,৯৪২
১৫,৬০৮,৩৬৯
৯১৭,৭৪১
১৫৮,৬৫৪
১,০৭৬,৩৯৫
১২১ ২৪
কেবেক QC কেবেক মহানগৰ মণ্ট্ৰিয়ল / মঁৰেয়াল ১ জুলাই, ১৮৬৭ ফৰাচী ভাষা
৮,৫০১,৮৩৩
৮,৮৭৪,৬৮৩
১,৩৫৬,১২৮
১৮৫,৯২৮
১,৫৪২,০৫৬
৭৮ ২৪
ন'ভা স্ক'চিয়া NS হেলিফেক্স ১ জুলাই, ১৮৬৭ ইংৰাজী ভাষা
৯৬৯,৩৮৩
১,০৫৮,৬৯৪
৫৩,৩৩৮
১,৯৪৬
৫৫,২৮৪
১১ ১০
নিউ ব্ৰুন্সৱিক NB ফ্ৰেডেৰিক্ট'ন মঙ্কট'ন ১ জুলাই, ১৮৬৭ ইংৰাজী আৰু ফৰাচী ভাষা
৭৭৫,৬১০
৮৩৪,৬৯১
৭১,৪৫০
১,৪৫৮
৭২,৯০৮
১০ ১০
মেনিট'বা MB ৱিনিপেগ ১৫ জুলাই, ১৮৭০ ইংৰাজী ভাষা
১,৩৪২,১৫৩
১,৪৫৪,৯০২
৫৫৩,৫৫৬
৯৪,২৪১
৬৪৭,৭৯৭
১৪
ব্ৰিটিছ কলম্বিয়া BC ভিক্টোৰিয়া ভেনকুভাৰ ২০ জুলাই, ১৮৭১ ইংৰাজী ভাষা
৫,০০০,৮৭৯
৫,৫১৯,০১৩
৯২৫,১৮৬
১৯,৫৪৯
৯৪৪,৭৩৫
৪২
প্ৰিন্স এডৱাৰ্ড আইলেণ্ড PE চাৰ্লটটাউন ১ জুলাই, ১৮৭৩ ইংৰাজী ভাষা
১৫৪,৩৩১
১৭৩,৭৮৭
৫,৬৬০
৫,৬৬০
চাস্কাস্ব'ৱান SK ৰেজাইনা চাস্কাটুন ১ ছেপ্টেম্বৰ, ১৯০৫ ইংৰাজী ভাষা
১,১৩২,৫০৫
১,২০৯,১০৭
৫৯১,৬৭০
৫৯,৩৬৬
৬৫১,০৩৬
১৪
এলবাৰ্টা AB এডমণ্টন কেলগেৰী ১ ছেপ্টেম্বৰ, ১৯০৫ ইংৰাজী ভাষা
৪,২৬২,৬৩৫
৪,৬৯৫,২৯০
৬৪২,৩১৭
১৯,৫৩১
৬৬১,৮৪৮
৩৪
নিউফাউণ্ডলেণ্ড আৰু লেব্ৰেড'ৰ NL চেইণ্ট জনছ ৩১ মাৰ্চ, ১৯৪৯ ইংৰাজী ভাষা
৫১০,৫৫০
৫৩৮,৬০৫
৩৭৩,৮৭২
৩১,৩৪০
৪০৫,২১২
মুঠ প্ৰদেশ
&এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "".এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""৩৬৮৭৩৮২১
&এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "".এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""৩৯৯৬৭১৪১
&এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "".এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""৫৪৯০৯১৮
&এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "".এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""৫৭২০১৩
&এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "".এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""৬০৬২৯৩১
৩৩৫ ১০২

ভূখণ্ড সমূহ

[সম্পাদনা কৰক]

কানাডাত তিনিটা ভূখণ্ড বা টেৰিটৰী (territories) আছে। প্ৰদেশসমূহৰ দৰে কানাডাৰ ভূখণ্ডসমূহৰ কোনো নিজা সাৰ্বভৌমত্ব (inherent sovereignty) নাই আৰু কেৱল ফেডাৰেল চৰকাৰে এই ভূখণ্ডসমূহক প্ৰদান কৰা ক্ষমতাসমূহহে আছে।[7][8][9] উত্তৰে 60° অক্ষাংশত (60th parallel north) আৰু হাডছন বে'ৰ পশ্চিমে থকা সকলো মূল ভূখণ্ড আৰু কানাডাৰ মূল ভূখণ্ডৰ উত্তৰত থকা সকলো দ্বীপ (জেমছ বে'ৰ পৰা কুইন এলিজাবেথ দ্বীপপুঞ্জলৈকে) ভূখণ্ডৰ অন্তৰ্ভুক্ত।

নাম মহানগৰ কনফেডাৰেশ্যনত যোগদান চৰকাৰী ভাষা জনসংখ্যা[6] মাটিকালি (বৰ্গকি:মি:)[2] আসন[3]
ৰাজধানী সৰ্ববৃহৎ ২০২১ চনৰ লোকপিয়ল ২০২৩ চনৰ সাম্ভাৱ্য জনসংখ্যা
estimates[6]
মাটি পানী সৰ্বমুঠ হাউচ অব কমন্স চিনেট
নৰ্থৱেষ্ট টেৰিট'ৰীজ NT য়েল্ল'নাইফ ১৫ জুলাই, ১৮৭০ চিপৱান(Chipewyan), ক্ৰী (Cree), ইংৰাজী, ফৰাচী, Gwichʼin, Inuinnaqtun, Inuktitut, Inuvialuktun, North Slavey, South Slavey, Tłįchǫ[10]
৪১,০৭০
৪৪,৯৭২
১,১৮৩,০৮৫
১৬৩,০২১
১,৩৪৬,১০৬
য়ুকন YT হুৱাইটহৰ্ছ (Whitehorse) ১৩ জুন, ১৮৯৮ ইংৰাজী, ফৰাচী[11]
৪০,২৩২
৪৪,৯৭৫
৪৭৪,৩৯১
৮,০৫২
৪৮২,৪৪৩
নুনাভোট NU Iqaluit ১ এপ্ৰিল, ১৯৯৯ Inuinnaqtun, Inuktitut, ইংৰাজী, ফৰাচী [12]
৩৬,৮৫৮
৪০,৬৭৩
১,৯৩৬,১১৩
১৫৭,০৭৭
২,০৯৩,১৯০
মুঠ ভূখণ্ড
&এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "".এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""১১৮১৬০
&এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "".এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""১৩০৬২০
&এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "".এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""৩৫৯৩৫৮৯
&এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "".এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""৩২৮১৫০
&এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "".এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""৩৯২১৭৩৯

প্ৰাদেশিক ৰাজনৈতিক দল

[সম্পাদনা কৰক]
কানাডাৰ বিভিন্ন প্ৰদেশত শাসনাধিষ্ঠ ৰাজনৈতিক দলসমূহ

কানাডাৰ বেছিভাগ প্ৰদেশতে প্ৰধান ফেডাৰেল দলসমূহৰ প্ৰাদেশিক সমকক্ষ দল আছে। কিন্তু এই প্ৰাদেশিক দলসমূহ সাধাৰণতে একে নামৰ ফেডাৰেল দলসমূহৰ সৈতে আনুষ্ঠানিকভাৱে জড়িত নহয়।[13] উদাহৰণস্বৰূপে, কোনো প্ৰাদেশিক কনজাৰ্ভেটিভ বা প্ৰগ্ৰেছিভ কনজাৰ্ভেটিভ পাৰ্টিয়ে কানাডাৰ ফেডাৰেল কনজাৰ্ভেটিভ পাৰ্টিৰ সৈতে সাংগঠনিক সংযোগ নাথাকিবও পাৰে। তেনেদৰে কানাডাৰ গ্ৰীণ পাৰ্টিৰ সৈতে প্ৰাদেশিক গ্ৰীণ পাৰ্টিৰো পোনপটীয়া সংযোগ নাথাকিব পাৰে। আনহাতে প্ৰাদেশিক নিউ ডেম’ক্ৰেটিক পাৰ্টিসমূহ ফেডাৰেল নিউ ডেম’ক্ৰেটিক পাৰ্টিৰ সৈতে সম্পূৰ্ণৰূপে একত্ৰিত। অৰ্থাৎ ইয়াৰ প্ৰাদেশিক দলসমূহৰ সাধাৰণ সদস্যপদ থাকে আৰু সকলোৱে কেন্দ্ৰীয় বা ফেডাৰেল দলৰ অংশ হিচাপে কাম কৰে।

কিছুমান প্ৰদেশত কোনো ফেডাৰেল সমতুল্য নথকা প্ৰাদেশিক ৰাজনৈতিক দল আছে, যেনে এলবাৰ্টা পাৰ্টি আৰু ছাস্কাস্ব'ৱান পাৰ্টি।

তথ্যউৎস

[সম্পাদনা কৰক]
  1. Coche, Olivier; Vaillancourt, François; Cadieux, Marc-Antoine; Ronson, Jamie Lee (2012). "Official Language Policies of the Canadian Provinces". Fraser Institute. Archived from the original on April 28, 2012. https://web.archive.org/web/20120428174237/http://www.fraserinstitute.org/uploadedFiles/fraser-ca/Content/research-news/research/publications/official-language-policies-of-canadian-provinces.pdf আহৰণ কৰা হৈছে: August 6, 2012.
  2. 1 2 "Land and freshwater area, by province and territory". Statistics Canada. 2005. Archived from the original on May 24, 2011. https://web.archive.org/web/20110524063547/http://www40.statcan.gc.ca/l01/cst01/phys01-eng.htm আহৰণ কৰা হৈছে: August 4, 2013.
  3. 1 2 "Guide to the Canadian House of Commons". Parliament of Canada. 2012. http://www.parl.gc.ca/About/Parliament/GuideToHoC/index-e.htm আহৰণ কৰা হৈছে: August 6, 2013.
  4. "Census Profile". Statistic Canada. 2013. http://www12.statcan.gc.ca/census-recensement/2011/dp-pd/prof/index.cfm?Lang=E আহৰণ কৰা হৈছে: August 6, 2013.
  5. "Population and dwelling counts: Canada, provinces and territories". Statistics Canada. October 11, 2022. https://www150.statcan.gc.ca/t1/tbl1/en/tv.action?pid=9810000101 আহৰণ কৰা হৈছে: October 11, 2022.
  6. 1 2 3 "Population estimates, quarterly". Statistics Canada. September 27, 2023. https://www150.statcan.gc.ca/t1/tbl1/en/tv.action?pid=1710000901 আহৰণ কৰা হৈছে: September 28, 2023.
  7. "Northwest Territories Act". Department of Justice Canada. 1986. http://laws-lois.justice.gc.ca/eng/acts/N-27/index.html আহৰণ কৰা হৈছে: March 25, 2013.
  8. "Yukon Act". Department of Justice Canada. 2002. http://laws.justice.gc.ca/eng/acts/Y-2.01/FullText.html আহৰণ কৰা হৈছে: March 25, 2013.
  9. Department of Justice Canada (1993). "Nunavut Act". Archived from the original on January 5, 2011. https://web.archive.org/web/20110105214204/http://laws.justice.gc.ca/en/N-28.6/index.html আহৰণ কৰা হৈছে: January 27, 2007.
  10. Northwest Territories Official Languages Act, 1988 Archived July 22, 2014, at the Wayback Machine (as amended 1988, 1991–1992, 2003)
  11. "OCOL – Statistics on Official Languages in Yukon". Office of the Commissioner of Official Languages. 2011. Archived from the original on July 25, 2013. https://web.archive.org/web/20130725222019/http://www.ocol-clo.gc.ca/html/yukon_e.php আহৰণ কৰা হৈছে: August 6, 2013.
  12. "Nunavut's Official Languages". Language Commissioner of Nunavut. 2009. Archived from the original on August 14, 2013. https://web.archive.org/web/20130814112846/http://langcom.nu.ca/nunavuts-official-languages আহৰণ কৰা হৈছে: August 6, 2013.
  13. Cross, William (2011). Political Parties. UBC Press. pp. 17–20. ISBN 978-0-7748-4111-5.