কাৰ্বন-১২
অৱয়ব
| সাধাৰণ | |
|---|---|
| চিহ্ন | ১২C |
| নাম | কাৰ্বন-১২, C-১২ |
| প্ৰ'টন | ৬ |
| নিউট্ৰন | ৬ |
| নিউক্লাইড তথ্য | |
| প্ৰাকৃতিক প্ৰাচুৰ্য | ৯৮.৯৩% |
| পিতৃ আইছ'ট'প | ১২N ১২B |
| আইছ'ট'প ভৰ | ১২ u |
| স্পিন | ০ |
| অতিৰিক্ত শক্তি | ০± ০ keV |
| বন্ধন শক্তি | ৯২১৬১.৭৫৩± ০.০১৪ keV |
| Isotopes of কাৰ্বন নিউক্লাডৰ সম্পূৰ্ণ সাৰণী | |
কাৰ্বন-১২ (ইংৰাজী: Carbon-12) হৈছে কাৰ্বনৰ সুস্থিৰ আইছ'টপবোৰৰ ভিতৰত সকলোতকৈ বেছিকৈ উপলব্ধ আইছ'টপ। ইয়াৰ উপলব্ধতা হৈছে প্ৰায় ৯৮.৯৩%;[1] নক্ষত্ৰত হোৱা ত্ৰি-আলফা পক্ৰিয়াৰ ফলত ইয়াৰ সৃষ্টি হয়। কাৰ্বন-১২ সুনিৰ্দিষ্টৰূপে গুৰুত্বপূৰ্ণ, কাৰণ আনৱিক ভৰৰ সকলো নিউক্লিড পৰিমাপনৰ বাবে ইয়াক আদৰ্শ হিচাপে গণ্য কৰা হয়: ইয়াৰ ভৰ সংখ্যা হৈছে ১২ আৰু ইয়াৰ ৬টা প্ৰ'টন, ৬টা নিউট্ৰ'ন আৰু ৬টা ইলেক্ট'ন থাকে।