কিণ্টচুগি
অৱয়ব
![]() | এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|

কিণ্টচুগি বা কিণ্টচুকুৰই (ইংৰাজী: Kintsugi)[1] ভঙা মৃৎশিল্প লাৰে জোৰা লগাই সোণ, ৰূপ বা প্লেটিনামৰ দৰে মূল্যবান ধাতুৰ গুৰি মিহলি কৰি মেৰামতি কৰা একপ্ৰকাৰৰ জাপানী কলা। মেৰামতি কৰা এই পদ্ধতিটো লা ব্যৱহাৰ কৰা জাপানী মাকি-ই পদ্ধতিৰ দৰে একে।[2][3][4] দৰ্শন হিচাপে ই ভঙা আৰু মেৰামতি কৰা কোনো বস্তুৰ ইতিহাসৰ অংশ হিচাপে গণ্য কৰে।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "definition of Kintsugi". http://www.definition-of.com/kintsugi.
- ↑ Gopnik, Blake (March 3, 2009), "At Freer, Aesthetic Is Simply Smashing", The Washington Post, https://www.washingtonpost.com/wp-dyn/content/article/2009/03/02/AR2009030202723.html.
- ↑ "Golden Seams: The Japanese Art of Mending Ceramics", Freer Gallery of Art, Smithsonian, archived from the original on 2009-03-17, http://www.asia.si.edu/exhibitions/current/GoldenSeams.htm, আহৰণ কৰা হৈছে: 3 March 2009.
- ↑ "Daijisen". http://kotobank.jp/word/%E9%87%91%E7%B6%99%E3%81%8E.
- ↑ "Kintsugi: The Centuries-Old Art of Repairing Broken Pottery with Gold" (en-US ভাষাত). My Modern Met. 2017-04-25. http://mymodernmet.com/kintsugi-kintsukuroi/.