কিয়ামত

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কিয়ামত আৰৱী শব্দ। ইয়াৰ অৰ্থ হ'ল- মহাপ্ৰলয়, পুনৰুত্থান। ইয়াওমুল কিয়ামাৰ অৰ্থ হ'ল- কিয়ামতৰ দিৱস। কিয়ামত দিৱসৰ আৰু নাম আছে। যেনেকৈ— ইয়াওমুল জাজা বা প্ৰতিদান দিৱস, ইয়াওমুল হিচাব বা হিচাপৰ দিৱস, ইয়াওমুল কাজা বা বিচাৰ দিৱস, ইয়াওমুদ-দিন বা শেষ বিচাৰৰৰ দিন, ইয়াওমুল হাশ্বৰ বা সমাবেশৰ দিন, ইয়াওমুল জাময়ে বা একত্ৰিত কৰাৰ দিন, ইয়াওমুল বায়াছ বা পুনৰুত্থান দিৱস ইত্যাদি।[1]


কিয়ামতৰ আলামতঃ[সম্পাদনা কৰক]

কিয়ামতৰ আগৰ সমাজব্যৱস্থাঃ[সম্পাদনা কৰক]

কিয়ামতৰ ডাঙৰ আলামতসমূহঃ[সম্পাদনা কৰক]

কিয়ামতৰ ১০টা ডাঙৰ নিদৰ্শনঃ[সম্পাদনা কৰক]

কিয়ামত আৰু কিমান দূৰতঃ[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. কিতাপঃ মহাপ্ৰলয় (কিয়ামত) আসন্ন নেকি! , লেখকঃমুফতি মুহাম্মদ ৰফিকুল ইছলাম