সমললৈ যাওক

কীব'ৰ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কীব'ৰ্ড বা চাবিফলক[1] (ইংৰাজী: Keyboard) এটি ইনপুট ডিভাইচ্, ইয়াৰ সহায়ত কম্পিউটাৰলৈ বা আন কোনো যন্ত্ৰলৈ বাৰ্তা প্ৰেৰণ কৰা হয়।[2]

বুৰঞ্জী

[সম্পাদনা কৰক]
টাইপ্ ৰাইটাৰ কীব'ৰ্ড

টাইপ ৰাইটাৰৰ কীব'ৰ্ড

[সম্পাদনা কৰক]

১৮৭৫ত মেঠিউ ৰ'পাৰে টাইপ ৰাইটাৰৰ (QWERTY) কীব'ৰ্ডৰ ধাৰণা সৃষ্টি কৰে টাইপ ৰাইটাৰত ব্যৱহাৰ কৰিবলৈ। খ্ৰিষ্টফাৰ চ'ল্সেও কীব'ৰ্ডত বৰঙনি যোগায়।[3]

QWERTY কীব'ৰ্ড

[সম্পাদনা কৰক]

টাইপ ৰাইটাৰৰ উদ্ভাৱক খ্ৰিষ্টফাৰ চ'ল্সে প্ৰথম বৰ্তমান ব্যৱহাৰ কৰা ধৰণে কীব'ৰ্ডখন ডিজাইন কৰে। QWERTY কীব'ৰ্ডৰ এল্ফাবেটিকেল কীবোৰৰ প্ৰথম শাৰীৰ বাঁওফালৰ পৰা ৬টা আখৰেই হ'ল Q, W, E, R, T, Y।[4]

কীব'ৰ্ডত এল্ফাবেটিক, নিউমাৰিকেল, কাৰ্চৰ, স্পেচিয়েল, ফাংচন- এইকেইটা প্ৰকাৰৰ কী থাকে।

এল্ফাবেটিক আৰু নিউমাৰিকেল কী

[সম্পাদনা কৰক]

এল্ফাবেটিক কী আখৰ লিখিবলৈ ব্যৱহাৰ কৰা হয়। নিউমাৰিকেল পেডৰ নিউমাৰিকেল কী নিউমাৰিকেল লক ব্যৱহাৰ কৰি সংখ্যা লিখিবলৈ ব্যৱহাৰ কৰা যায় অন্যথা এই কীসমূহক কাৰ্চৰ কীৰ দৰে ব্যৱহাৰ কৰিব পাৰি। অন্য নিউমাৰিকেল কী সংখ্যা লিখিবলৈ ব্যৱহাৰ কৰা যায়৷[5]

ফাংচন কী

[সম্পাদনা কৰক]

ফাংচন কীক নিজৰ মতে প্ৰগ্ৰাম কৰি ল'ব পাৰি।[6]

কাৰ্চৰ কী

[সম্পাদনা কৰক]

কাৰ্চৰ কীসমূহ স্ক্ৰীনত কাৰ্চৰডাল লৰাবলৈ ব্যৱহাৰ কৰা হয়৷[7]

স্পেচিয়েল কী

[সম্পাদনা কৰক]

স্পেচিয়েল কী যেনে টেব, প্ৰিণ্ট স্ক্ৰীন আদিৰ বিভিন্ন বেলেগ বেলেগ ব্যৱহাৰ আছে৷[8]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "keyboard meaning". xobdo.org. Archived from the original on 21 January 2021. https://web.archive.org/web/20210121040430/http://xobdo.org/2020-public/controls/dic/index.php আহৰণ কৰা হৈছে: 15 January 2021.
  2. Fisher, Tim (1 June 2020). "What Is a Keyboard?". lifewire.com. https://www.lifewire.com/what-is-a-keyboard-2618153 আহৰণ কৰা হৈছে: 15 January 2021.
  3. http://invention.yukozimo.com/who-invented-the-keyboard/ Archived 2013-12-09 at the Wayback Machine Typewriters and keyboards
  4. http://invention.yukozimo.com/who-invented-the-keyboard/ Archived 2013-12-09 at the Wayback Machine The QWERTY concept
  5. http://ace.schoolnet.org.za/cd/skill/keyb/keyboard.htm Archived 2015-08-24 at the Wayback Machine Numeric keyboard
  6. "আৰ্কাইভ কপি". Archived from the original on 2015-08-24. https://web.archive.org/web/20150824234330/http://ace.schoolnet.org.za/cd/skill/keyb/keyboard.htm আহৰণ কৰা হৈছে: 2014-09-04.
  7. "আৰ্কাইভ কপি". Archived from the original on 2015-08-24. https://web.archive.org/web/20150824234330/http://ace.schoolnet.org.za/cd/skill/keyb/keyboard.htm আহৰণ কৰা হৈছে: 2014-09-04.
  8. http://ace.schoolnet.org.za/cd/skill/keyb/keyboard.htm Archived 2015-08-24 at the Wayback Machine এই পৃষ্ঠাত বিভিন্ন স্পেচিয়েল কীৰ ভিন ভিন ব্যৱহাৰৰ বিষয়ে তথ্য পোৱা যাব