সমললৈ যাওক

কুতুব আহমেদ মজুমদাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কুতুব আহমেদ মজুমদাৰ
অসম বিধানসভা
কাৰ্যকাল
২০০৬ – ২০১১
পূৰ্বসূৰী আনোয়াৰ হোছেন লস্কৰ
উত্তৰসূৰী আনামুল হক
সমষ্টি ছোনাই
ব্যক্তিগত তথ্য
জন্ম ১০-০৫-১৯৪০
মৃত্যু ২৭ নবেম্বৰ ২০১৯ (বয়স ৮০)
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
পেচা শিক্ষক, ৰাজনীতিবিদ

কুতুব আহমেদ মজুমদাৰ (সাঁচ:১০-০৫-১৯৪০ – ২৭ নবেম্বৰ ২০১৯) অসমৰ এজন শিক্ষক আৰু ৰাজনীতিবিদ আছিল। তেঁও ছোনাই বিধানসভা সমষ্টিৰ বিধায়ক আছিল।

কুতুব আহমেদ মজুমদাৰ মনিপুৰি মুছলিম আছিল।[1][2] তেঁও ১৯৬১ চনত গুৰুচৰ কলেজ হৈতে স্নাতক ডিগ্ৰি লাভ কৰিছিল।[3] ২০০৬ সনত তেঁও ছোনাই বিধানসভা সমষ্টিৰ বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল।[4][5][6] ২০১৯ চনৰ ২৭ নবেম্বৰ ৮০ বয়সত তেখেতৰ মৃত্যু হৈছিল।[7]

তথ্যসংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Gogoi assures economic package for Manipuris". The Assam Tribune. 2 April 2010. http://www.assamtribune.com/scripts/mdetails.asp?id=apr0210/oth05। আহৰণ কৰা হৈছে: 28 November 2019. [সংযোগবিহীন উৎস]
  2. "Manipuri Muslim organisation condemns atrocities on Rohingyas". The Sentinel. 20 September 2017. https://www.sentinelassam.com/news/manipuri-muslim-organisation-condemns-atrocities-on-rohingyas/। আহৰণ কৰা হৈছে: 28 November 2019. 
  3. "KUTUB AHMED MAZUMDER". www.myneta.info. http://myneta.info/ls2014/candidate.php?candidate_id=2261। আহৰণ কৰা হৈছে: 28 November 2019. 
  4. "Assam Assembly Election Results in 2006". www.elections.in. http://www.elections.in/assam/assembly-constituencies/2006-election-results.html। আহৰণ কৰা হৈছে: 6 August 2019. 
  5. "List of Winners in Assam 2006". www.myneta.info. http://myneta.info/assam2006/index.php?action=show_winners&sort=default। আহৰণ কৰা হৈছে: 6 August 2019. 
  6. "Assam Legislative Assembly - Members 2006-2011". Assam Legislative Assembly. http://assamassembly.gov.in/mla-2006-11.html। আহৰণ কৰা হৈছে: 28 November 2019. 
  7. "Ex-Cong MLA Kutub Ahmed Mazumder dead". The Assam Tribune. 28 November 2019. Archived from the original on 29 November 2019. https://web.archive.org/web/20191129165406/http://www.assamtribune.com/scripts/detailsnew.asp?id=nov2819%2Fstate053। আহৰণ কৰা হৈছে: 28 November 2019.