কুন্দ
অৱয়ব
a – bed
b – carriage (with cross-slide and toolpost)
c – headstock
d – back gear (other geartrain nearby drives leadscrew)
e – cone pulley for a belt drive from an external power source
f – faceplate mounted on spindle
g – tailstock
h – leadscrew
![](http://upload.wikimedia.org/wikipedia/commons/thumb/3/3b/Watchmaker%27s_Lathe_in_use.jpg/220px-Watchmaker%27s_Lathe_in_use.jpg)
কুন্দ বা লেথ (/leɪð/) হৈছে এটা যন্ত্ৰ য'ত বস্তু এটা এক অক্ষত ঘূৰাই কাটি, ফুটা কৰি ধুনীয়াকৈ অক্ষৰ সমমিত কৰি বনোৱা হয়।
ব্যৱহাৰ
[সম্পাদনা কৰক]কাঠৰ কামত, ধাতুৰ বস্তু বনোৱাৰ কামত, ৰং স্প্ৰে কৰা, কাচৰ বস্তু, মাটিৰৰ বস্তু বনোৱা কামত কুন্দ ব্যৱহাৰ কৰা হয়। যিটো বস্তুঅৰ ওপৰত কাম কৰা হয় তাক তাৰ দুযোফাল ধৰি ৰাখি এটাফাল ঘূৰোৱা হয় আৰু কামবোৰ কৰা হয়।
কুন্দত তৈয়াৰ কৰা বস্তু
[সম্পাদনা কৰক]কুন্দত তৈয়াৰ কৰা বস্তুসমূহ হ'ল স্ক্ৰু, মমৰ মাৰি, বেচবল বেট, খুটা, বাৱল, বাদ্যযন্ত্ৰ আদি।
উদাহৰণ
[সম্পাদনা কৰক]-
Lathe exercise
-
Turned chess pieces