কুলচন্দ্ৰ বসুমতাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কুলচন্দ্ৰ বসুমতাৰী (? - ১৯৬৩) এগৰাকী কৃষক নেতা আছিল। গুৱাহাটীৰ ফটাশিল অঞ্চলৰ মানুহ ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সদ্স্য হিচাপে জনজাতীয় কৃষকসকলক নিষ্পেষণৰ বিৰুদ্ধে সংগঠিত কৰিছিল। হেমাংগ বিশ্বাসৰ বিখ্যাত কবিতা 'কুল খুৰাৰ চোতাল'ৰ নাম এখেতৰ নামেৰেই ৰখা হৈছিল।[1]

তথ্য সমল[সম্পাদনা কৰক]

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৫৬