কৃষ্ণকান্ত গগৈ হাতীবৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কৃষ্ণকান্ত গগৈ হাতীবৰুৱা (১৯-২০ শতিকা)ৰ [[শিৱসাগৰ[[ অঞ্চলৰ ব্যক্তি। ১৮৮৩ চনত [[কলিকতা[[ত হোৱা শিল্প প্ৰদৰ্শনীত নিজৰ আৱিষ্কৃত মুগা কাপোৰ বোৱা যন্ত্ৰ সাজি প্ৰদৰ্শন কৰিছিল। পিছলৈ চহ বাগিচাৰ মালিক হৈছিল।[1]

তথ্য সমল[সম্পাদনা কৰক]

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৫৭