কেনোপনিষদ
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
কেনোপনিষদ চাৰিটা খণ্ডত সম্পূৰ্ণ এখন উপনিষদ। এই উপনিষদত প্ৰধানকৈ ব্ৰহ্মাৰ স্বৰূপ নিৰ্ণয় কৰা হৈছে। শাস্ত্ৰীয় দিশৰ পৰা এইখন উপনিষদৰ গুৰুত্ব অসীম বুলি গণ্য কৰা হয়।
গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]
- ভাৰত-কোষ, হৰিনাথ শৰ্মা দলৈ
- অসমীয়া সংস্কৃতিৰ সম্ভাৰ, মৃগেন শৰ্মা