সমললৈ যাওক

ক্ল’ড (ভাষা-আৰ্হি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ক্ল’ড
বিকাশক এন্থ্ৰপিক
প্ৰথম মুক্তি মাৰ্চ ২০২৩; ১ বছৰ  আগতে (2023-03)
অনুজ্ঞাপত্ৰ মালিকানাধীন
ৱেবছাইট claude.ai

ক্ল’ড (ইংৰাজী: Claude) হৈছে এন্থ্ৰপিক-দ্বাৰা বিকশিত বৃহৎ ভাষা-আৰ্হিৰ এটা পৰিয়াল।[1] প্ৰথমটো মডেল 2023 চনৰ মাৰ্চ মাহত মুকলি কৰা হৈছিল। 2024 চনৰ মাৰ্চ মাহত মুক্তি পোৱা ক্ল’ড 3-এ ছবিও বিশ্লেষণ কৰিব পাৰে।[2]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Davis, Wes (2023-11-21). "OpenAI rival Anthropic makes its Claude chatbot even more useful" (en ভাষাত). The Verge. https://www.theverge.com/2023/11/21/23971070/anthropic-claude-2-1-openai-ai-chatbot-update-beta-tools। আহৰণ কৰা হৈছে: 2024-01-23. 
  2. Whitney, Lance (March 4, 2024). "Anthropic's Claude 3 chatbot claims to outperform ChatGPT, Gemini" (en ভাষাত). ZDNET. https://www.zdnet.com/article/anthropics-claude-3-chatbot-claims-to-outperform-chatgpt-gemini/। আহৰণ কৰা হৈছে: 2024-03-05.