ক্ষমতাৰ শান্তিপূৰ্ণ পৰিৱৰ্তন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ক্ষমতাৰ শান্তিপূৰ্ণ পৰিৱৰ্তন বা ক্ষমতা হস্তান্তৰ (ইংৰাজী: Peaceful transition of power) হ’ল গণতান্ত্ৰিক চৰকাৰৰ এক গুৰুত্বপূৰ্ণ নীতি; য’ত চৰকাৰৰ নেতৃত্বই শান্তিপূৰ্ণভাৱে চৰকাৰৰ নিয়ন্ত্ৰণ নৱনিৰ্বাচিত নেতৃত্বৰ হাতত অৰ্পণ কৰে। এই ক্ষমতা হস্তান্তৰ নিৰ্বাচনৰ পিছত বা ভিন্ন ধৰণৰ ৰাজনৈতিক শাসন ব্যৱস্থাৰ পৰিৱৰ্তনৰ সময়ত হ’ব পাৰে; উদাহৰণ স্বৰূপে ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত উত্থান ঘটা পোষ্ট কমিউনিষ্ট পিৰিয়দৰ কথা ক’ব পাৰি।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]