ক্ষেমৰাজ নেপাল
অৱয়ব
![]() | এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
ক্ষেমৰাজ নেপাল এগৰাকী সাহিত্যিক,অনুবাদক আৰু গৱেষক। সাহিত্য অকাডেমী অনুবাদ বঁটা বিজয়ী ক্ষেমৰাজ নেপালে অসমীয়া, নেপালী আৰু সংস্কৃত ভাষাত ভালে সংখ্যক গ্ৰন্থ ৰচনা কৰিছে।
জন্ম ঃ ১৯৫৭ চন
জন্মস্থান তেলেনী, ডাক ঃ মেইল-বজাৰ (গমিৰিঘাট), শোণিতপুৰ, অসম।
পিতৃ-মাতৃ কৃষ্ণপ্ৰসাদ নেপাল, কৌশল্যা দেৱী।
ঠিকনা
ডাক-বুঢ়ীগাং (বিশ্বনাথ চাৰিআলি), শোণিতপুৰ, অসম, পিন-৭৮৪১৭৬
e-mail: kherane@gmail.com
শিক্ষা ঃ এম এ, বি টি, পি এইচ ডি (গুঃ বিঃ)
শিক্ষকতা ঃ বিশ্বনাথ চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়, শোণিতপুৰ- ৭৮৪১৭৬, অসম।
লিখনকাৰ্য্য ঃ কবিতা, গল্প, প্ৰবন্ধ, ৰম্য ৰচনা, গীত আদি নেপালী, অসমীয়া, সংস্কৃত আদিত লিখিত আৰু প্ৰকাশিত।
সম্পাদিত গ্ৰন্থ
[সম্পাদনা কৰক]- বিশ্বনাথ’ সাহিত্য পৰিষদ, বিশ্বনাথৰ মুখপত্ৰ (১৯৯১)
- বিষ্ণুলাল উপাধ্যায় ও ব্যক্তিত্ব ৰ কৃতিত্ব, এক সংকলন (২০০৪)
- হীৰক জয়ন্তী স্মৃতিগ্ৰন্থ, চাঃ উঃ মাঃ বঃ বিদ্যালয় (২০০৫)
- সোণালী জয়ন্তী স্মৃতিগ্ৰন্থ, বালিপুখুৰী মজলীয়া বিদ্যালয় (২০০৭)
প্ৰকাশিত কৃতি
[সম্পাদনা কৰক]- মেৰো দেশ ও হিজা-আজ ৰ ভোলি (খণ্ডকাব্য-১৯৯৩)
- সাহিত্য অকাডেমী পুৰস্কাৰ বিজেতা নেপালী সাহিত্যকাৰ (২০০২, সহ-লিখক ঃজ্ঞানবাহাদুৰ ছেত্ৰী)
- নেপালী লোক সাহিত্যকো ৰূপৰেখা (২০০৩)
- ‘অবিনাশী (সংস্কৃতৰ পৰা নেপালীলৈ অনূদিত উপন্যাস) (২০০৫)
- ভাষা ৰ সাহিত্যকো কেহী পক্ষ (২০০৬)
- অসমীয়া-নেপালী জনজীৱন (২০০৭)
- সৃষ্টি (মহাকাব্য) (২০০৯)
- অসমীয়া আৰু নেপালী ভাষাৰ তুলনামূলক অধ্যয়ন (২০১৬)
প্ৰাপ্ত পুৰস্কাৰ
[সম্পাদনা কৰক]- কৃতী শিক্ষকৰ পুৰস্কাৰ (শোণিতপুৰ জিলা প্ৰশাসন) (২০০৮)
- অনুবাদ সাহিত্যৰ বাবে ২০১১ চনত সাহিত্য অকাডেমী পুৰস্কাৰ
(অনূদিত উপন্যাস : ‘অবিনাশী)
- অসম চৰকাৰৰ সাহিত্যিক বঁটা (২০১৪)
- সাহিত্য একাডেমী নতুন দিল্লীৰ পৰা লিখক ভ্ৰমণ (১৯৯৮)