খুন্দনা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
খুন্দনা.jpg

খুন্দনা তামোল খুন্দি খাবৰ বাবে ব্যৱহাৰ কৰা এবিধ সঁজুলি৷ এই সঁজুলিবিধ অসমত বিশেষভাৱে প্ৰচলিত৷ বৃদ্ধ বা বয়সস্থ লোকসকলে তামোল-পাণ খুন্দি খাবলৈ এইবিধ সঁজুলিৰ ব্যৱহাৰ কৰে৷