গংগাৰাম দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

গংগাৰাম দাস (১৮ শতিকা) সীতাৰ বনবাস' নামৰ পদপুথিখনৰ ৰচক আছিল। তেওঁৰ ৰচিত আন এখন পুথি আছিল ‘সীতাৰ পাতাল গমন’ [1]


তথ্য সমল[সম্পাদনা কৰক]

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৬৬