গিদাগাঠি হাজৰিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

গিদাগাঠি হাজৰিকা(১৭ শতিকা) দক্ষিণপাটৰ হাজৰিকা আছিল। লালুকসোলা বৰফুকনৰ আদেশত তেৱেঁই জয়মতী কুৱঁৰীজেৰেঙা পথাৰত শাস্তি দি হত্যা কৰিছিল। লালুকসোলা বৰফুকনৰ মৃত্যুৰ পিছত ভোটাই ডেকা আৰু মাধ তামুলীয়ে তেওঁক কলিয়াবৰৰ বৰফুকন পাতিছিল যদিও কিছুদিন পিছতেই তেওঁৰ ঠাইত বন্দৰ লালমাখক বৰখুকন পতা হৈছিল[1]

তথ্য সমল[সম্পাদনা কৰক]

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৭০-৭১