সমললৈ যাওক

গীতা প্ৰেছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

গীতা প্ৰেছ হৈছে ভাৰতৰ এটা গ্ৰন্থ প্ৰকাশন কোম্পানী। ইয়াৰ মুখ্য কায্যালয় উত্তৰ প্ৰদেশৰ গৌৰখপুৰত।[1] ই হৈছে হিন্দু ধৰ্মীয় গ্ৰন্থৰ বিশ্বৰ সৰ্ববৃহৎ প্ৰকাশক। 1923 চনত হিন্দু ধৰ্ম নীতিৰ প্ৰচাৰৰ বাবে জয়া দয়াল গয়ংকা আৰু ঘনশ্যাম দাস জালানে ইয়াৰ প্ৰতিষ্ঠা কৰিছিল। "ভাইজী" নামেৰে অধিক পৰিচিত হনুমান প্ৰসাদ পোদ্দাৰ ইয়াৰ বিখ্যাত আলোচনীখনৰ প্ৰতিষ্ঠাপক আৰু সম্পাদক আছিল। পোদ্দাৰে "এছ. এইচ ভি" ছদ্মনামেৰে লিখামেলা কৰিছিল।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]