গুড়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(গুৰৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
গুড়
Jaggery, bd.jpg
খেজুৰৰ পৰা তৈয়াৰ কৰা গুড়
উৎপত্তিৰ স্থান ভাৰত, বাংলাদেশ
অঞ্চল দক্ষিণ এচিয়া
মুখ্য উপাদান কুঁহিয়াৰৰ ৰস , খেজুৰৰ ৰস , তালৰ ৰস

গুড় হৈছে কুঁহিয়াৰ বা খেজুৰৰ ৰসৰ পৰা তৈয়াৰ কৰা এক প্ৰকাৰৰ মিঠা খাদ্য। তালৰ ৰস পৰাও গুড় তৈয়াৰ কৰা হয়। কুঁহিয়াৰ, খেজুৰ বা তাল গছৰ ৰস ঘন কৰি পাক দিয়ে গুড় তৈয়াৰ কৰা হয়।

পৰিবেশন প্ৰণালী[সম্পাদনা কৰক]

গুড়ৰ পৰা পিঠা, পায়স ইত্যাদি সুস্বাদু জলপান আৰু মিঠাই তৈয়াৰ কৰা হয়। গুড়ৰ সন্দেশ বাংলাদেশ এটি অত্যন্ত জনপ্ৰিয় মিঠাই

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]