সমললৈ যাওক

গুৱাহাটী পৌৰ নিগম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গুৱাহাটী পৌৰ নিগম
ধৰন
ধৰন [[পৌৰ নিগম]]
নেতা
মেয়ৰ মৃগেন শৰনীয়া[1]
উপ-মেয়ৰ স্মিতা ৰয়[1]
কমিচনাৰ দেবাষীষ শৰ্মা,এ চি এচ
গঠন
নিৰ্বাচন
বিগত নিৰ্বাচন April 2022
সভাৰ স্থান
ৱেবছাইট

গুৱাহাটী পৌৰ নিগম (GMC) হৈছে অসমৰ গুৱাহাটীৰ স্থানীয় প্ৰশাসন। ১৯৭১ চনত গুৱাহাটী পৌৰ নিগম আইন-১৯৬৯ৰ দ্বাৰা গুৱাহাটী পৌৰ নিগম চমুকৈ জিএমচি গঠন কৰা হয়।[2] এই আইনৰ ধাৰা ৪৫ৰ বিধান অনুসৰি ১৯৭৪ চনত নিৰ্বাচিত কাউন্সিলাৰসকলৰ প্ৰথমখন বৈঠকত নিগমটো যথাযথভাৱে গঠন কৰা হৈছিল।

ব্ৰিটিছ শাসনৰ সময়ত ভাৰতত পৌৰ নিগম ব্যৱস্থা প্ৰৱৰ্তন কৰা হয় আৰু ১৬৮৮ চনত মাদ্ৰাজ (চেন্নাই)ত পৌৰ নিগম গঠন কৰা হয়, পিছলৈ ১৭৬২ চনৰ ভিতৰত বোম্বাই (মুম্বাই) আৰু কলিকতা (কলকাতা)ত পৌৰ নিগম গঠন কৰা হয়।[3] গুৱাহাটী পৌৰ নিগম পৌৰ নিগমৰ নেতৃত্বত আছে চহৰৰ মেয়ৰ আৰু কমিচনাৰে শাসন চলায়।

পৌৰ নিগম হৈছে ভাৰতৰ সৰ্বোচ্চ নগৰীয়া শাসন যন্ত্ৰ। বৰ্তমান জিএমচি-ক ৬০টা ৱাৰ্ডত ভাগ কৰা হৈছে।

আসনৰ পৰিসংখ্যা
দলৰ নামবিজেপিঅগপআপঅজাপ
আসন৫২

২০২২ চনৰ নিৰ্বাচনৰ ফলাফল

[সম্পাদনা কৰক]
দল ভোট আসন
বিজেপি 59.31% ৫২
অগপ ৭.০১%
এজেপি ৩.৮৫%
আম আদমী পাৰ্টী ১০.৬৯%

তথ্য় সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 "Assam: Mrigen Sarania retains mayor post, Smita Roy to be his deputy". The Times of India. https://timesofindia.indiatimes.com/city/guwahati/assam-mrigen-sarania-retains-mayor-post-smita-roy-to-be-his-deputy/articleshow/91307459.cms আহৰণ কৰা হৈছে: 4 May 2022.
  2. "Guwahati Municipal Corporation Act, 1969". Archived from the original on 2018-05-29. https://web.archive.org/web/20180529060121/http://www.neportal.org/northeastfiles/Assam/ActsOrdinances/Gauhati_Municipal_Corporation_Act_1969.asp আহৰণ কৰা হৈছে: 2022-05-29.
  3. Gupta, Anupam. "City Mayors: Indian Mayors". citymayors.com. http://www.citymayors.com/mayors/indian-mayors.html.