গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত মহাবিদ্যালয়সমূহৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়সমূহ[সম্পাদনা কৰক]

  • অনন্দৰাম বৰুৱা একাডেমী বি.এড. মহাবিদ্যালয়, পাঠশাল (বৰপেটা)
  • বৰপেটা বি টি মহাবিদ্যালয় (বৰপেটা)
  • অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, লংকেশ্বৰ
  • আতাউৰ ৰহমান শিক্ষা মহাবিদ্যালয়, উদমাৰী কালগচী (বৰপেটা)
  • বজালী টি টি কলেজ, পাটাচাৰকুছি
  • শিক্ষা মহাবিদ্যালয় বকো কামৰূপ
  • ড. অনিতা বৰুৱা শৰ্মা শিক্ষা মহাবিদ্যালয়, গুৱাহাটী (কামৰূপ)
  • দক্ষিণ গুৱাহাটী বি.এড. মহাবিদ্যালয়, গুৱাহাটী
  • দমদমা বি.এড. কলেজ, কুলহাটি (কামৰূপ)
  • দেওমৰনৈ বি.এড. মহাবিদ্যালয়, দেওমৰনৈ (দৰং)
  • দুধনৈ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, দুধনৈ (গোৱালপাৰা)
  • পূব গুৱাহাটী বি.এড. মহাবিদ্যালয়, গুৱাহাটী
  • ফেকাল্টি কলেজ অৱ এডুকেচন, উত্তৰ গুৱাহাটী (কামৰূপ)
  • গোসাইগাঁও বি.এড. মহাবিদ্যালয়, গোসাইগাঁও (কোকৰাঝাৰ)
  • চৰকাৰী বাণীকান্ত শিক্ষক শিক্ষা মহাবিদ্যালয়, গুৱাহাটী (কামৰূপ)
  • চৰকাৰী শিক্ষক শিক্ষা মহাবিদ্যালয়, কোকৰাঝাৰ (কোকৰাঝাৰ)
  • চৰকাৰী শিক্ষক শিক্ষা মহাবিদ্যালয়, তেজপুৰ (শোনিতপুৰ)
  • গুৰুদেৱ কালিচৰণ ব্ৰহ্ম মহাবিদ্যালয়, টিপকাই (কোকৰাঝাৰ)
  • ইম্পেৰিয়েল কলেজ অৱ এডুকেচন, দিছপুৰ (কামৰূপ)
  • কে.আৰ.ডি. শিক্ষা মহাবিদ্যালয়, ছায়গাঁও (কামৰূপ)
  • কালিয়াবৰ শিক্ষা মহাবিদ্যালয়, কোঁৱৰীটোল (নগাঁও)
  • কৃষ্ণ বৰা বি.এড. মহাবিদ্যালয়, লংকা অসম
  • মঙ্গলদৈ চৰকাৰী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, মঙ্গলদৈ (দৰং)
  • নলবাৰী বি এড কলেজ, নলবাৰী
  • ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা প্ৰতিষ্ঠান, ক্ষেত্ৰী (কামৰূপ)
  • পি.জি. শিক্ষা মহাবিদ্যালয়, তেজপুৰ (শোনিতপুৰ)
  • পশ্চিম নলবাৰী বি.এড. মহাবিদ্যালয়,(নলবাৰী)
  • প্ৰাগজ্যোতিষ বি.এড. মহাবিদ্যালয়, পাচৰিয়া
  • ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, ৰঙিয়া (কামৰূপ)
  • চিপাঝাৰ বি.এড. কলেজ, চিপাঝাৰ (দৰং)
  • শিক্ষকৰ প্ৰশিক্ষণ মহাবিদ্যালয়, (মিৰ্জা)
  • পশ্চিম গুৱাহাটী শিক্ষা মহাবিদ্যালয়, কোটিহাটি

আইন মহাবিদ্যালয়সমূহ[সম্পাদনা কৰক]

  • বৰপেটা আইন মহাবিদ্যালয়, বৰপেটা
  • বিশ্বনাথ আইন মহাবিদ্যালয়, শোনিতপুৰ
  • বঙাইগাঁও আইন মহাবিদ্যালয়, বঙাইগাঁও
  • বিআৰএম চৰকাৰী আইন মহাবিদ্যালয়,কামৰূপ
  • ড. বি. আৰ. অম্বেদকাৰ আইন মহাবিদ্যালয়, কামৰূপ
  • ধুবুৰী আইন মহাবিদ্যালয়
  • দিছপুৰ আইন মহাবিদ্যালয়
  • গোৱালপাৰা আইন মহাবিদ্যালয়
  • চৰকাৰী বি.আৰ. মেধি আইন মহাবিদ্যালয়, গুৱাহাটী
  • জে.বি ল কলেজ, কামৰূপ
  • কোকৰাঝাৰ আইন মহাবিদ্যালয়
  • মঙ্গলদৈ আইন মহাবিদ্যালয়, দৰং
  • মৰিগাঁও আইন মহাবিদ্যালয়,মৰিগাঁও
  • নলবাৰী আইন মহাবিদ্যালয়
  • এন ই এফ আইন মহাবিদ্যালয়
  • নাওগং আইন মহাবিদ্যালয়
  • তেজপুৰ আইন মহাবিদ্যালয়
  • ইউনিভাৰ্সিটি ল কলেজ, গুৱাহাটী

বৰ্ণানুক্ৰমিকভাৱে অন্যান্য মহাবিদ্যালয়ৰ তালিকা[সম্পাদনা কৰক]

অ-ঔ[সম্পাদনা কৰক]

  • অভয়াপুৰী মহাবিদ্যালয়,অভয়পুৰী (বঙাইগাঁও)
  • অমৃত চন্দ্ৰ ঠাকুৰীয়া বাণিজ্য মহাবিদ্যালয় (কামৰূপ)
  • আইকন কমাৰ্চ কলেজ,গুৱাহাটী (কামৰূপ)
  • আগিয়া মহাবিদ্যালয়, আগিয়া (গোৱালপাৰা)
  • আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়, নগাঁও।
  • আৰ.চি. চহৰীয়া টি.টি. কলেজ, টাংলা (ওদালগুৰি)
  • আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়, গুৱাহাটী
  • আলমগঞ্জ ৰঙামাটি মহাবিদ্যালয়, আলমগঞ্জ (ধুবুৰী)
  • আলহাজ চুনাই বিবি চৌধুৰী মহাবিদ্যালয়, লংকা (নগাঁও)
  • ইনফোড্‌ কলেজ অফ কম্পিউটাৰ এডুকেচন
  • ইনষ্টিটিউট অৱ ষ্ট্ৰেটেজিক বিজনেছ মেনেজমেণ্ট (আই.এছ.বি.এম), গুৱাহাটী (কামৰূপ)
  • ইন্দিৰা গান্ধী মহাবিদ্যালয়, বৈটামাৰী (বঙাইগাঁও)
  • ইম্পেৰিয়া কলেজ অব্‌ এডুকেচ্‌ন, দিচপুৰ (কামৰূপ)
  • উ.এন. ব্ৰহ্ম মহাবিদ্যালয়, কাজলগাঁও, (চিৰাং)
  • উত্তৰ কামপীঠ মহাবিদ্যালয়, জাগৰা (নলবাৰী)
  • উত্তৰ কামৰূপ মহাবিদ্যালয়, বাঘমাৰা (বৰপেটা)
  • উত্তৰ বৰপেটা মহাবিদ্যালয়, চানকুচি (বৰপেটা)
  • উদালি মহাবিদ্যালয়, বামুণগাঁও (নগাঁও)
  • এ.চি এ জুনিয়ৰ কলেজ, মিছামাৰী (বিশ্বনাথ)
  • এ.ডি.পি. মহাবিদ্যালয়, নগাঁও (নগাঁও)
  • এছ.ডি.পি. শিক্ষক শিক্ষা মহাবিদ্যালয়, টিহু
  • এফ.এ. আহমেদ মহাবিদ্যালয়, গোৰাইমাৰী, তুকৰাপাৰা (কামৰূপ)
  • এম.এন.চি. বালিকা মহাবিদ্যালয়, নলবাৰী
  • এম.চি. কলেজ, বৰপেটা (বৰপেটা)
  • এল.চি. ভৰালী মহাবিদ্যালয়, গুৱাহাটী
  • এল.জি.বি. ছোৱালী মহাবিদ্যালয়, তেজপুৰ (শোণিতপুৰ)
  • ওদালগুৰি মহাবিদ্যালয়,ওদালগুৰি (ওদালগুৰি)

ক-ঙ[সম্পাদনা কৰক]

  • কনপাই বৰদলৈ মহাবিদ্যালয়, বৰচিলা (মৰিগাঁও)
  • কন্যা মহাবিদ্যালয়, গুৱাহাটী
  • কমাৰ্চ কলেজ, কোকৰাঝাৰ (কোকৰাঝাৰ)
  • কয়াকুচি মহাবিদ্যালয়, কয়াকুচি (বৰপেটা)
  • কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়, গুৱাহাটী
  • কলাগুৰু বিষ্ণু ৰাভা ডিগ্ৰী মহাবিদ্যালয়, ওৰাং (ওদালগুৰি)
  • কলাবাৰী মহাবিদ্যালয়, কলাবাৰী (শোণিতপুৰ)
  • কাটাহগুৰি মহাবিদ্যালয়, টুকটুকি (নগাঁও)
  • কামপুৰ মহাবিদ্যালয়, কামপুৰ (নগাঁও)
  • কামৰূপ মহাবিদ্যালয়, চামতা (নলবাৰী)
  • কালিয়াবৰ শিক্ষা মহাবিদ্যালয়, কোঁৱৰীটোল (নগাঁও)
  • কৃষ্ণ বৰা বি.এড. মহাবিদ্যালয়, লংকা
  • কৃষ্ণগুৰু মহাবিদ্যা, নসত্ৰ (বৰপেটা)
  • কে.আৰ.ডি. শিক্ষা মহাবিদ্যালয়, ছায়গাঁও (কামৰূপ)
  • কে.আৰ.বি. ছোৱালী মহাবিদ্যালয়, গুৱাহাটী
  • কে.চি. দাস কমাৰ্চ কলেজ,গুৱাহাটী (কামৰূপ)
  • কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয় (কোকৰাঝাৰ)
  • কোকৰাঝাৰ সংগীত আৰু সূক্ষ্ম কলা মহাবিদ্যালয়, কোকৰাঝাৰ
  • ক্ষেত্ৰী ধৰ্মপুৰ মহাবিদ্যালয়, বৰি (নলবাৰী)
  • খাগৰিজান মহাবিদ্যালয়, চোতাইবৰ (নগাঁও)
  • খাৰুপেটিয়া মহাবিদ্যালয়, খাৰুপেটিয়া (দৰং)
  • খৈৰাবাৰী মহাবিদ্যালয়, খৈৰাবাৰী (ওদালগুৰি)
  • গুৱাহাটী বাণিজ্য মহাবিদ্যালয়, গুৱাহাটী (কামৰূপ)
  • গুৱাহাটী মহাবিদ্যালয়,গুৱাহাটী (কামৰূপ)
  • গোৰেশ্বৰ মহাবিদ্যালয়, গোৰেশ্বৰ (বাক্সা)
  • গোৱালপাৰা মহাবিদ্যালয় (গোৱালপাৰা)
  • গোৱালপাৰাৰ চৰকাৰী বি. টি. মহাবিদ্যালয়
  • গোসাইগাঁও বি.এড. মহাবিদ্যালয়, গোসাইগাঁও (কোকৰাঝাৰ)
  • গোসাইগাঁও মহাবিদ্যালয়, গোসাইগাঁও (কোকৰাঝাৰ)
  • ঘনকান্ত বৰুৱা মহাবিদ্যালয়, মৰিগাঁও (মৰিগাঁও)

চ-ঞ[সম্পাদনা কৰক]

  • চটিয়া মহাবিদ্যালয়,চটিয়া (শোনিতপুৰ)
  • চন্দ্ৰপুৰ মহাবিদ্যালয়, চন্দ্ৰপুৰ (কামৰূপ)
  • চৰকাৰী কৃষ্ণকান্ত সন্দিকৈ সংস্কৃত মহাবিদ্যালয়, গুৱাহাটী (কামৰূপ)
  • চৰকাৰী বাণিকান্ত শিক্ষক শিক্ষা মহাবিদ্যালয়, গুৱাহাটী (কামৰূপ)
  • চৰকাৰী শিক্ষক শিক্ষা মহাবিদ্যালয় (চিটিই), তাক পুৰ (শোনিতপুৰ)
  • চৰকাৰী শিক্ষক শিক্ষা মহাবিদ্যালয়, কোকৰাঝাৰ (কোকৰাঝাৰ)
  • চৰকাৰী শিক্ষণ মহাবিদ্যালয়, নগাঁও (নগাঁও)
  • চৰাইবাহি মহাবিদ্যালয়, চৰাইবাহি (মৰিগাঁও)
  • চামুগুৰি মহাবিদ্যালয়, চামুগুৰি (নগাঁও)
  • চাৰিদুৱাৰ মহাবিদ্যালয়, গহপুৰ (শোনিতপুৰ)
  • চিপাঝাৰ বি.এড. মহাবিদ্যালয়, চিপাঝাৰ (দৰং)
  • চিপাঝাৰ মহাবিদ্যালয়, চিপাঝাৰ (দৰং)
  • চিলাৰাই মহাবিদ্যালয়,গোলাকগঞ্জ (ধুবুৰী)
  • ছমৰিয়া আঞ্চলিক মহাবিদ্যালয়, ছমৰিয়া (কামৰূপ)
  • ছয়গাঁও মহাবিদ্যালয়, ছয়গাঁও (কামৰূপ)
  • ছয়দুৱাৰ মহাবিদ্যালয়,গহপুৰ (শোনিতপুৰ)
  • ছোৱালী মহাবিদ্যালয় কোকৰাঝাৰ (কোকৰাঝাৰ)
  • জনতা মহাবিদ্যালয়, (চেৰফাংগুৰি), কোকৰাঝাৰ
  • জনপ্ৰিয়া মহাবিদ্যালয়, গোৰেমাৰী (বৰপেটা)
  • জলেশ্বৰ মহাবিদ্যালয়, তপোবন (গোৱালপাৰা)
  • জৱাহৰলাল নেহৰু মহাবিদ্যালয়, বকো (কামৰূপ)
  • জাগীৰোড কলেজ,জাগীৰোড (মৰিগাঁও)
  • জামদুৱাৰ মহাবিদ্যালয়, চৰাইবিল (কোকৰাঝাৰ)
  • জি.এল. চৌধুৰী মহাবিদ্যালয়, বৰপেটা ৰোড (বৰপেটা)
  • জুৰিয়া মহাবিদ্যালয়, ফাকুলী পথাৰ (নগাঁও)
  • জেটৱিংছ ইনষ্টিটিউট অফ ফেশ্বন, ডিজাইন এণ্ড আৰ্কিটেকচাৰ,গুৱাহাটী (কামৰূপ মহানগৰ)
  • জেটৱিংছ বিজনেছ স্কুল,গুৱাহাটী (কামৰূপ মহানগৰ)
  • জ্ঞানপীঠ ডিগ্ৰী মহাবিদ্যালয়, নিকাছি (বক্সা)

ট-ন[সম্পাদনা কৰক]

  • টাংলা মহাবিদ্যালয়,টাংলা (ওদালগুৰি)
  • টি.এইচ.বি. কলেজ, জামুগুৰিহাট (শোণিতপুৰ)
  • টিহু কলেজ, টিহু (নলবাৰী)
  • টুপামাৰি আঞ্চলিক কলেজ, টুপামাৰি (কামৰূপ)
  • ড. অনিতা বৰুৱা শৰ্মা শিক্ষা মহাবিদ্যালয়, গুৱাহাটী (কামৰূপ)
  • ড. বি. কে.বি. মহাবিদ্যালয়, পুৰাণীগুড়াম (নগাঁও)
  • ড. বিৰিঞ্চি কুমাৰ বৰা মহাবিদ্যালয়, পুৰাণীগুড়াম (নগাঁও)
  • ডাঃ.বি. বড়ো কৰ্কট প্ৰতিষ্ঠান
  • ডালগোমা আঞ্চলিক মহাবিদ্যালয়, মাটিয়া (গোৱালপাৰা)
  • ডিমোৰিয়া মহাবিদ্যালয়,ক্ষেত্ৰী (কামৰূপ)
  • তামুলপুৰ ডিগ্ৰী মহাবিদ্যালয়, তামুলপুৰ (বাক্সা)
  • তামুলপুৰ মহাবিদ্যালয়, তামুলপুৰ (বাক্সা)
  • তেজপুৰ মহাবিদ্যালয়, তেজপুৰ (শোনিতপুৰ)
  • থামনা আঞ্চলিক ডিগ্ৰী মহাবিদ্যালয়, থামনা (বাক্সা)
  • দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়, মিৰ্জা (কামৰূপ)
  • দক্ষিণ কামৰূপ মহাবিদ্যালয়, মিৰ্জা (কামৰূপ)
  • দক্ষিণ গুৱাহাটী বি.এড. মহাবিদ্যালয়, গুৱাহাটী
  • দক্ষিণ নলবাৰী মহাবিদ্যা, নিজ-বাহজনী (নলবাৰী)
  • দক্ষিণ শালমাৰা মহাবিদ্যালয়, দক্ষিণ শালমাৰা (ধুবুৰী)
  • দক্ষিণপত মহাবিদ্যালয়, ভোমোৰাগুৰি (নগাঁও)
  • দমদামা বি.এড. কলেজ, কুলহাটি (কামৰূপ)
  • দমদামা মহাবিদ্যালয়, কুলহাটি (কামৰূপ)
  • দৰং মহাবিদ্যালয়,তেজপুৰ (শোনিতপুৰ)
  • দিচপুৰ মহাবিদ্যালয়, গুৱাহাটী (কামৰূপ)
  • দিছপুৰ আইন মহাবিদ্যালয়,দিছপুৰ
  • দুধনৈ মহাবিদ্যালয়,দুধনৈ (গোৱালপাৰা)
  • দুধনৈ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, দুধনৈ (গোৱালপাৰা)
  • দুনি ডিগ্ৰী মহাবিদ্যালয় (দৰং)
  • দেওমৰনৈ ডিগ্ৰী মহাবিদ্যালয়, দেওমৰনৈ (দৰং)
  • দেওমৰনৈ বি.এড. মহাবিদ্যালয়, দেওমৰনৈ (দৰং)
  • দ্ৰোণাচাৰ্য়্য মহাবিদ্যালয়, বৰপেটা ৰোড (বৰপেটা)
  • ধমধমা আঞ্চলিক মহাবিদ্যালয়,ধমধমা (নলবাৰী)
  • ধৰমতুল মহাবিদ্যালয়, আহাতগুৰি (মৰিগাঁও))
  • ধৰ্মশালা মহাবিদ্যালয়, ধৰ্মশালা (ধুবুৰী)
  • ধিং মহাবিদ্যালয়, ধিং (নগাঁও)
  • ধুবুৰী ছোৱালী মহাবিদ্যালয়, ধুবুৰী
  • ধুবুৰী পি.জি.টি.টি. মহাবিদ্যালয়, ঝাগ্ৰাৰপাৰ (ধুবুৰী)
  • নওগাঁ কলেজ,নগাঁও
  • নওগাঁ ছোৱালী মহাবিদ্যালয়, নগাঁও
  • নগাঁও জি.এন.ডি.জি. কমাৰ্চ কলেজ, পানীগাঁও (নগাঁও)
  • নৰ্থ গুৱাহাটী কলেজ, গুৱাহাটী
  • নলবাৰী কমাৰ্চ কলেজ, নলবাৰী
  • নলবাৰী বি.এড. কলেজ, নলবাৰী
  • নলবাৰী মহাবিদ্যালয়, নলবাৰী
  • নলবাৰী সংস্কৃত মহাবিদ্যালয়, নলবাৰী (নলবাৰী)
  • নৱজ্যোতি মহাবিদ্যালয়, কলগছিয়া (বৰপেটা)
  • নৱশক্তি মহাবিদ্যালয়, মাজগাঁও (বৰপেটা)
  • নাৰেংগী আঞ্চলিক মহাবিদ্যালয়,গুৱাহাটী (কামৰূপ)
  • নিৰ্মল হালৈ মহাবিদ্যালয়, পাটাচাৰকুচি (বৰপেটা)
  • নোনৈ মহাবিদ্যালয়, নোনৈ (নগাঁও)

প-ম[সম্পাদনা কৰক]

  • পশ্চিম গুৱাহাটি বাণিজ্য মহাবিদ্যালয়, গুৱাহাটী (মালিগাঁও)
  • পশ্চিম গুৱাহাটী মহাবিদ্যালয়,গুৱাহাটী
  • পশ্চিম গুৱাহাটী শিক্ষা মহাবিদ্যালয়, কোটিহাটি (কামৰূপ)
  • পশ্চিম গোৱালপাৰা মহাবিদ্যালয়,আমবাৰী (গোৱালপাৰা)
  • পশ্চিম বাৰিগোগ আঞ্চলিক মহাবিদ্যালয়, বাৰাংহাতী (কামৰূপ)
  • পাচিম নলবাৰী বি.এড. মহাবিদ্যালয়, (নলবাৰী)
  • পাণ্ডু কলেজ,মালিগাঁও (গুৱাহাটি)
  • পাতিদৰং মহাবিদ্যালয়, লোচ (কামৰূপ)
  • পি.জি. শিক্ষা মহাবিদ্যালয়, তেজপুৰ (শোনিতপুৰ)
  • পুথিমাৰী মহাবিদ্যালয়, সোনেশ্বৰ (কামৰূপ)
  • পুনে ইনষ্টিটিউট অফ বিজনেছ মেনেজমেণ্ট, গুৱাহাটী (কামৰূপ)
  • পূব গুৱাহাটী বি.এড. মহাবিদ্যালয়, গুৱাহাটী (কামৰূপ)
  • পূৱ কামৰূপ মহাবিদ্যালয়, বাইহাটা চাৰিআলি (কামৰূপ)
  • পূৱ-বংশৰ কলেজ, পাছৰিয়া
  • প্ৰগতি কলেজ, আগমনী (ধুবুৰী)
  • প্ৰভিন্স কলেজ, গণেশগুৰি
  • প্ৰমাথেশ বৰুৱা মহাবিদ্যালয়, গৌৰীপুৰ (ধুবুৰী)
  • প্ৰাগজ্যোতিষ বি.এড. মহাবিদ্যালয়, পাছৰিয়া
  • প্ৰাগজ্যোতিষ মহাবিদ্যালয়,গুৱাহাটী
  • ফকিৰাগ্ৰাম মহাবিদ্যালয়, ফকিৰাগ্ৰাম (কোকৰাঝাৰ)
  • ফেকাল্টি কলেজ অৱ এডুকেচন, উত্তৰ গুৱাহাটী (কামৰূপ)
  • বঙাইগাঁও বি.এড. মহাবিদ্যালয়, (বঙাইগাঁও)
  • বঙাইগাঁও মহাবিদ্যালয়, (বঙাইগাঁও)
  • বজালী মহাবিদ্যালয়, পাঠশালা (বৰপেটা)
  • বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, পাটাচাৰকুচি, (বৰপেটা)
  • বটাদ্ৰাবা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়, বটাদ্ৰাবা (নগাঁও)
  • বৰখেত্ৰী মহাবিদ্যালয়, মুকালমুৱা (নলবাৰী)
  • বৰনগৰ বি.এড. মহাবিদ্যালয়, সৰভোগ (বৰপেটা)
  • বৰনগৰ মহাবিদ্যালয়, সৰভোগ (বৰপেটা)
  • বৰপেটা ছোৱালী মহাবিদ্যালয়, (বৰপেটা)
  • বৰপেটা বঙাইগাঁও মহাবিদ্যালয়, লাংলা (বৰপেটা)
  • বৰপেটা বি টি কলেজ, (বৰপেটা)
  • বৰপেটা মহাবিদ্যালয়, (বৰপেটা)
  • বৰপেটা ৰোড হাউলি কলেজ, হাওলি (বৰপেটা)
  • বৰভাগ মহাবিদ্যালয়, কালাগ (নলবাৰী)
  • বৰমা মহাবিদ্যালয়, বৰমা (বাক্সা)
  • বসুগাঁও মহাবিদ্যালয়, বসুগাঁও (কোকৰাঝাৰ)
  • বাইহাটা চাৰিআলি বি.এড. মহাবিদ্যালয়, বাইহাটা চাৰিআলি (কামৰূপ)
  • বাউসি বানিকান্ত কাকতি মহাবিদ্যালয়, নগাঁও (বৰপেটা)
  • বাগাধৰ ব্ৰহ্ম কিষাণ মহাবিদ্যালয়, জালাহঘাট (বাক্সা)
  • বাপুজী মহাবিদ্যালয়, সৰ্থেবাৰী (বৰপেটা)
  • বামুণ্ডি মহাবিদ্যা, বামুণ্ডি (কামৰূপ)
  • বাস্কা মহাবিদ্যালয়, বাগানপাৰা (বাক্সা)
  • বি. বড়ো মহাবিদ্যালয়,গুৱাহাটী (কামৰূপ)
  • বি.এইচ.বি. মহাবিদ্যালয়, সৰুপেটা (বৰপেটা)
  • বিএমবিবি কমাৰ্চ কলেজ, গুৱাহাটী
  • বিকালি মহাবিদ্যালয়, ধুপধৰা (গোৱালপাৰা)
  • বিজনী কলেজ, বিজনী (চিৰাং)
  • বিজ্ঞান মহাবিদ্যালয়, কোকৰাঝাৰ (কোকৰাঝাৰ)
  • বিদ্যা ভাৰতী মহাবিদ্যালয়, শিঙাৰপাৰা (কামৰূপ)
  • বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়, ৰামদিয়া (কামৰূপ)
  • বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়,নগৰবেৰা (কামৰূপ)
  • বিৰঝোৰা কন্যা মহাবিদ্যালয়, বঙাইগাঁও (বঙাইগাঁও)
  • বিৰঝোৰা মহাবিদ্যালয়, বঙাইগাঁও (বঙাইগাঁও)
  • বিলাসীপাৰা মহাবিদ্যালয়, বিলাসীপাৰা (ধুবুৰী)
  • বিশ্বনাথ কমাৰ্চ কলেজ, বিশ্বনাথ (শোণিতপুৰ)
  • বিশ্বনাথ মহাবিদ্যালয়,চাৰিআলি (শোণীতপুৰ)
  • বিশ্বনাথ শিক্ষা মহাবিদ্যালয়, চাৰিআলি (শোনিতপুৰ)
  • বেংটল মহাবিদ্যালয়, বেংটল (কোকৰাঝাৰ)
  • বেইনষ্টাইন কলেজ, লখৰা
  • বেজাৰা আঞ্চলিক কলেজ, বেজাৰা (কামৰূপ)
  • বেলতলা কলেজ, গুৱাহাটী
  • বেহালী ডিগ্ৰী মহাবিদ্যালয়, বৰগাং (শোনিতপুৰ)
  • বোডোফা ইউ এন ব্ৰহ্ম মহাবিদ্যালয়, ডটমা (কোকৰাঝাৰ)
  • ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়, ভৱানীপুৰ (বৰপেটা)
  • ভূৰাগাঁও মহাবিদ্যালয়, ভূৰাগাঁও (মৰিগাঁও)
  • ভোলানাথ মহাবিদ্যালয়, (ধুবুৰী)
  • মঙ্গলদৈ চৰকাৰী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, মঙ্গলদৈ (দৰং)
  • মঙ্গলদৈ ডিগ্ৰী ছোৱালী মহাবিদ্যালয়, মঙ্গলদৈ (দৰং)
  • মঙ্গলদৈ বাণিজ্য মহাবিদ্যালয়, মঙ্গলদৈ (দৰং)
  • মঙ্গলদৈ মহাবিদ্যালয়,মঙ্গলদৈ (দৰং)
  • মছলপুৰ মহাবিদ্যালয়, মছলপুৰ, (বাক্সা)
  • মধ্য কামপীঠ মহাবিদ্যালয়, বৰকা, পাব-বৰকা (কামৰূপ)
  • মধ্য কামৰূপ মহাবিদ্যালয়, চেংঙা (বৰপেটা)
  • মনদিয়া আঞ্চলিক মহাবিদ্যালয়, মনদিয়া (বৰপেটা)
  • মৰিগাঁও মহাবিদ্যালয়,মৰিগাঁও (মৰিগাঁও)
  • মহাত্মা গান্ধী মহাবিদ্যালয়, চালন্তপাৰা (বঙাইগাঁও)
  • মাজবাট মহাবিদ্যালয়, মাজবাট (ওদালগুৰি)
  • মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়, মাণিকপুৰ (বঙাইগাঁও)
  • মাধৱ চৌধুৰী মহাবিদ্যালয়, বৰপেটা
  • মানকাছাৰ মহাবিদ্যালয়, মানকাছাৰ (ধুবুৰী)
  • মানবেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়, ৰঙিয়া (কামৰূপ)
  • মায়ং আঞ্চলিক মহাবিদ্যালয়, ৰাজা-মায়ং (মৰিগাঁও)
  • মিছামাৰী মহাবিদ্যালয়, মিছামাৰী (শোণিতপুৰ)
  • মিলনজ্যোতি মহাবিদ্যালয়, ইটাৰভেটা (বৰপেটা)
  • মুৰাজাৰ কলেজ, মুৰাজাৰ (নগাঁও)
  • মৈৰাবাৰী মহাবিদ্যালয়, মৈৰাবাৰী (মৰিগাঁও)

য-হ[সম্পাদনা কৰক]

  • যমুনামুখ মহাবিদ্যালয়, যমুনামুখ (নগাঁও)
  • ৰঙাপাৰা মহাবিদ্যালয়, ৰঙাপাৰা (শোনিতপুৰ)
  • ৰঙিয়া কলেজ, ৰঙিয়া (কামৰূপ)
  • ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, ৰঙিয়া (কামৰূপ)
  • ৰত্নপীঠ মহাবিদ্যালয়, চাপৰ (ধুবুৰী)
  • ৰহা মহাবিদ্যালয় (নগাঁও)
  • ৰাজীৱ গান্ধী মেম'ৰিয়েল কলেজ, লেংটিচিঙা (বঙাইগাঁও)
  • ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়,গুৱাহাটী
  • ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়, ৰামপুৰ (কামৰূপ)
  • ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা প্ৰতিষ্ঠান, ক্ষেত্ৰী (কামৰূপ)
  • ৰূপহী মহাবিদ্যালয়, ৰূপহী (নগাঁও)
  • লংকা মহাবিদ্যালয়, লংকা (নগাঁও)
  • লক্ষীপুৰ মহাবিদ্যালয়, লক্ষীপুৰ (গোৱালপাৰা)
  • ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়,গুৱাহাটী
  • লাচিত বৰফুকন কমাৰ্চ একাডেমী, মৰিকলং (নগাঁও)
  • লামডিং কলেজ,লামডিং (নগাঁও)
  • লুইতপাৰিয়া মহাবিদ্যালয়, কলাইৰদিয়া (বৰপেটা)
  • লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়,ঢেকিয়াজুলি (শোণিতপুৰ)
  • লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান
  • শৰাইঘাট মহাবিদ্যালয়,চাংচাৰী (কামৰূপ)
  • শালবাৰী মহাবিদ্যালয়, শালবাৰী (বাক্সা)
  • শিক্ষন মহাবিদ্যালয়, নগাঁও
  • শিক্ষা মহাবিদ্যালয়, গুৱাহাটী (কামৰূপ)
  • শিক্ষা মহাবিদ্যালয়, নগাঁও
  • শিক্ষা মহাবিদ্যালয়, বকো (কামৰূপ)
  • শিক্ষা মহাবিদ্যালয়, মৰিগাঁও
  • শুৱালকুছি বুদৰাম মাধ্ব সত্ৰাধিকাৰ মহাবিদ্যালয়, শুৱালকুছি (কামৰূপ)
  • শ্ৰীমন্ত শংকৰ মাধৱ মহাবিদ্যালয়, ভাতকুচি (বৰপেটা)
  • ষ্টেট কলেজ অৱ মিউজিক, গুৱাহাটী
  • সন্দিকৈ ছোৱালি মহাবিদ্যালয়, আজাৰা, গুৱাহাটী
  • সাপটগ্ৰাম মহাবিদ্যালয়, সাপটগ্ৰাম (ধুবুৰী)
  • সুকুৰাম ভৰালী বাণিজ্য আৰু ব্যৱস্থাপনা মহাবিদ্যালয়, ক্ষেত্ৰী (কামৰূপ)
  • সুৰেন দাস মহাবিদ্যালয়, হাজো (কামৰূপ)
  • সোণতলি আঞ্চলিক মহাবিদ্যালয়, মহাতোলী (কামৰূপ)
  • সোনাপুৰ মহাবিদ্যালয়, সোনাপুৰ (কামৰূপ)
  • সোনাৰী মহাবিদ্যালয় (সোনাৰী)
  • স্বদেশী বাণিজ্য মহাবিদ্যালয়, গুৱাহাটী
  • স্বামী যোগানন্দ গীৰি মহাবিদ্যালয়, শক্তিআশ্ৰম (কোকৰাঝাৰ)
  • হৰি গায়ত্ৰী দাস মহাবিদ্যালয়, গুৱাহাটী (কামৰূপ)
  • হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয়, নালিগাওঁ (বৰপেটা)
  • হাজী আজমল আলী মহাবিদ্যালয় (নগাঁও)
  • হাজী আনফৰ আলী কলেজ, ডবকা (নগাঁও)
  • হাটশিঙিমাৰী মহাবিদ্যালয়,হাটশিঙিমাৰী, (ধুবুৰী)
  • হাতীচোং মহাবিদ্যালয়, হাতীচোং (নগাঁও)
  • হাতীধুৰা মহাবিদ্যালয়, হাতীধুৰা (কোকৰাঝাৰ)
  • হাব্ৰাঘাট মহাবিদ্যালয়, কৃষ্ণাই (গোৱালপাৰা)
  • হামিদাবাদ মহাবিদ্যালয়, জামাদৰহাট (ধুবুৰী)
  • হালাকুৰা মহাবিদ্যালয়, মহামায়াহাট (ধুবুৰী)
  • হিন্দুস্তান কলেজ, গুৱাহাটী
  • হোজাই ছোৱালী মহাবিদ্যালয়, হোজাই (নগাঁও)
  • হোজাই মহাবিদ্যালয়, হোজাই (নগাঁও)