গেছ ধ্ৰুৱক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
R ৰ মান
[1]
একক
(V P T −1n−1)
8.314 4598(48) JK−1mol−1
kJK−1 kmol−1
×107 erg K−1 mol−1
×10−3 amu (km/s)2 K−1
L kPa K−1 mol−1
×103 cm3 kPa K−1 mol−1
m3Pa K−1 mol−1
cm3MPa K−1 mol−1
×10−5 m3bar K−1 mol−1
×10−2 L bar K−1 mol−1
L Torr K−1 mol−1
×10−3 kcal K−1 mol−1
L atm K−1 mol−1
cm3  atm K−1 mol−1

গেছ ধ্ৰুৱক (মলাৰ, বিশ্বজনীন, বা আদৰ্শ গেছ ধ্ৰুৱক বুলিও জনা যায়।) হ'ল এটা ভৌতিক ধ্ৰুৱক। ইয়াক পদাৰ্থ বিজ্ঞানৰ বিভিন্ন মৌলিক সমীকৰণত ব্যৱহাৰ কৰা হয়; যেনে - আদৰ্শ গেছ সমীকৰণ আৰু নাৰ্নষ্ট সমীকৰণ। গেছ ধ্ৰুৱক বল্টজমেন ধ্ৰুৱকৰ সমতুল্য। এই ধ্ৰুৱকটো বয়লৰ সূত্ৰ, চাৰ্লচৰ সূত্ৰ, এভ'গেড্ৰ'ৰ সূত্ৰ আৰু গে'-লুছাকৰ সূত্ৰৰ ধ্ৰুৱকবোৰৰ সমন্বয়। গেছ ধ্ৰুৱকক R বা R) চিহ্নৰে সূচোৱা হয়।

মাত্ৰা[সম্পাদনা কৰক]

আদৰ্শ গেছ সমীকৰণ PV = nRTৰ পৰা পাওঁ:

য'ত P চাপ, V আয়তন, n ম'ল সংখ্যা, আৰু T উষ্ণতা।

যিহেতু চাপ হৈছে প্ৰতি একক কালিত বলৰ মান, গতিকে গেছ সমীকৰণটো তলত দিয়া ধৰণে লিখিব পৰা যাব:

কালি আৰু আয়তন হৈছে ক্ৰমে (length)2 আৰু (length)3 । গতিকে:

যিহেতু বল × দীঘ = কাৰ্য:

আকৌ, আমি জানোঁ,

গতিকে R ক আমি তলত দিয়া ধৰণে লিখিব পাৰোঁ:

গতিকে, এছ আই এককত:

R =  kg⋅m2⋅s−2⋅K−1⋅mol−1

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "2018 CODATA Value: molar gas constant". The NIST Reference on Constants, Units, and Uncertainty. NIST. 20 May 2019. http://physics.nist.gov/cgi-bin/cuu/Value?r। আহৰণ কৰা হৈছে: 2019-05-20.