গ্ল'বেল টাইমছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

গ্ল'বেল টাইম্ছ (simplified Chinese: 环球时报; traditional Chinese: 環球時報; pinyin: Huánqiú Shíbào) এক দৈনিক বাতৰি কাকত, পিপলছ ডেইলিৰ সৈতে সম্পৰ্কিত। ই সাম্যবাদী চীনা দৃষ্টিকোণেৰে আন্তৰ্জাতিক বাতৰি প্ৰকাশ কৰে।[1][2]

বুৰঞ্জী[সম্পাদনা কৰক]

১৯৯৩ চনত চীনা ভাষাৰ প্ৰকাশন হিচাপে যাত্ৰাৰম্ভ কৰা কাকতখনৰ ইংৰাজী সংস্কৰণ ২০ এপ্ৰিল ২০০৯ চনত আৰম্ভ কৰা হয়।[3] বাহিৰা মাধ্যমৰ বিৰুদ্ধে যুঁজ দিওতে প্ৰায় ৪৫ বিলিয়ন য়ুৱান বা ৬.৬ বিলিয়ন (৬৬০ কোটি) ইউ এছ ডলাৰ খৰচ হৈছিল।

চীনা ভাষাৰ সংস্কৰণে আন্তৰ্জাতিক সমস্যা আৰু বাতৰিত অধিক গুৰুত্ব প্ৰদান কৰে, পিচে ইংৰাজী ভাষাৰ সংস্কৰণে চীনা আন্তৰিক বাতৰিতহে অধিক গুৰুত্ব আৰোপ কৰে।

সম্পাদনা[সম্পাদনা কৰক]

চীনা ভাষাৰ সংস্কৰণে এক চৰকাৰপন্থী আৰু উগ্ৰ জাতীয়তাবাদী অৱস্থান গ্ৰহণ কৰা বুলি অনেকে মত পোষণ কৰে।[4][5][6] পিচে, ইংৰাজী ভাষাৰ সংস্কৰণটোৱে ইমান উগ্ৰ পন্থ অৱলম্বন নকৰে বুলি এগৰাকী সম্পাদকে মত প্ৰকাশ কৰিছে।[7]

References[সম্পাদনা কৰক]

  1. Beijing-based newspaper Global Times launches English edition, People's Daily, 20 April 2009
  2. Wee, Sui-Lee; Mao, Sabrina (2012-01-06). "China must assert itself despite new US strategy-paper". Reuters. প্ৰকাশক Beijing. http://www.reuters.com/article/2012/01/06/usa-military-asia-idUSL3E8C60BR20120106। আহৰণ কৰা হৈছে: 2012-01-06. 
  3. "About Us", Global Times
  4. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; gn নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  5. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; FP নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  6. “Patriotic” Voices?
  7. Richard Burger on being a foreign editor at the Global Times Danwei.org, 8 May 2009