চল বেলো
অৱয়ব
জন্ম | ১০ জুলাই,১৯১৫ কিউবেকৰ (কানাডা) লেচিনত |
---|---|
ৰাষ্ট্ৰীয়তা | আমেৰিকান |
চল বেলো (ইংৰাজী: SAUL BELLOW) হৈছে আমেৰিকাৰ এগৰাকী শ্ৰেষ্ঠ ঔপন্যাসিক।
জন্ম আৰু বংশ পৰিচয়
[সম্পাদনা কৰক]চল বেলোৰ জন্ম হয় ১৯১৫ চনৰ ১০ জুলাইত কিউবেকৰ(কানাডা) লেচিন নামৰ ঠাইত। [1] তেওঁৰ পিতৃৰ নাম আব্ৰাহাম আৰু মাতৃৰ নাম লিজা।
শিক্ষা
[সম্পাদনা কৰক]- ১৯৩৩ চনত চিকাগো বিশ্ববিদ্যালয়ত ভৰ্ত্তি হয়। তাত দুবছৰ পঢ়ি নৰ্থ ওৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়লৈ গুচি যায়।
- ১৯৩৭ চনত সমাজবিদ্যা আৰু নৃতত্ত্ব চূড়ান্ত ডিগ্ৰী লয়। [2]
কৰ্মজীৱন
[সম্পাদনা কৰক]বেলো এনচাইক্লোপিডিয়া অব ব্ৰিটানিকাৰ সম্পাদকীয় দপ্তৰৰো এজন সদস্য আছিল।
সাহিত্যৰাজি
[সম্পাদনা কৰক]উপন্যাস
[সম্পাদনা কৰক]- ডাংলিং মেন (১৯৪৪)
- দা ৱিকটিম (১৯৪৭)
- চেইজে দা ডে (১৯৫৯)
- হাজোৰ্গ (১৯৬৪)
- হেন্দাৰচন দি ৰেইন কিং (১৯৫৯)
- এডভেঞ্চাৰচ অফ এঞ্জি মাৰ্চ (১৯৫৯)
- এ থেফ্ট (১৯৮৯)
- দা অক্টোল (১৯৯৭)[3]
নাটক
[সম্পাদনা কৰক]দা লাষ্ট এনালেছিছ (১৯৬৫)
চুটিগল্প
[সম্পাদনা কৰক]- ছামথিং টু ৰিমেম্বাৰ মি বাই:থ্ৰী টেলচ (১৯৯১)
- কলেক্টএড স্তৰিচ (২০০১)[4]
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]- ১৯৫৪ চনত কল্পকাহিনীৰ ৰাষ্ট্ৰীয় গ্ৰন্থ বঁটা লাভ কৰে।
- ১৯৬৫ চনত কল্পকাহিনীৰ ৰাষ্ট্ৰীয় গ্ৰন্থ বঁটা লাভ কৰে।
- ১৯৭১ চনত কল্পকাহিনীৰ ৰাষ্ট্ৰীয় গ্ৰন্থ বঁটা লাভ কৰে।
- ১৯৭৬ চনত চল বেলোই সাহিত্যত নোবেল বঁটা লাভ কৰে।
- ১৯৭৬ চনত সাহিত্যকমৰ বাবে বেলোকে পুলিৎজাৰ বঁটা লাভ কৰে।
- ১৯৮৮ চনত ৰাষ্ট্ৰীয় কলা পদক লাভ কৰিবলৈ সক্ষম হয়।
- ১৯৯০ চনত আমেৰিকান চিঠিলৈ বিশিষ্ট অৱদানৰ বাবে নেচনেল বুক ফাউণ্ডেচনৰ জীৱনজোৰা পদক লাভ কৰে।
- ১৯৯৭ চনত ৰাষ্ট্ৰীয় ইহুদী বঁটা লাভ কৰে।
- ২০১০ চনত চিকাগো লিতাৰেৰী হল অফ ফেমত অন্তৰ্ভুক্ত কৰা হৈছে।[5]
মৃত্যু
[সম্পাদনা কৰক]২০০৫ চনৰ ৫ এপ্ৰিল তাৰিখে তেখেতৰ মৃত্যু হয়।[6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:অক্টোবৰ,২০০০,পৃষ্ঠা-৮৫
- ↑ কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:অক্টোবৰ,২০০০,পৃষ্ঠা-৮৫
- ↑ https://en.wikipedia.org/wiki/Saul_Bellow
- ↑ https://en.wikipedia.org/wiki/Saul_Bellow
- ↑ https://en.wikipedia.org/wiki/Saul_Bellow
- ↑ https://en.wikipedia.org/wiki/Saul_Bellow