চিত্ৰ বাৰ্তা:Biju phukan.jpg

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

নিজা কাম??? — গীতাৰ্থ বৰদলৈ (talk) 11:11, 21 অক্টোবৰ 2012 (UTC)

অ, মোৰেই| কমন্সত নিব লাগিব| বিষ্ণু শইকীয়া 11:17, 21 অক্টোবৰ 2012 (UTC)
কমন্সত ঝেং কৰিব। ছবিখন বৰ কম ৰিজ'লিউচনৰ। — গীতাৰ্থ বৰদলৈ (talk) 11:44, 21 অক্টোবৰ 2012 (UTC)


কমন্সত সৰু ফটো থকাত বহুত আছে| প্ৰমাণ মোৰ হাতত আছেই| চিন্তা নাই| আচলতে ফটোখন ম‍ই তেখেতৰ লগত উঠা ফটো এখনৰ পৰা কাটি ওলিয়াইছো| চাওচোন কি কৰা যায়| ৰিজলিউশ্যন বঢ়াব পৰিম অলপ| 13:39, 21 অক্টোবৰ 2012 (UTC)