চিত্ৰ বাৰ্তা:Nalini bala devi.JPG

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ছবিখন কমন্সত আছে বাবে ইয়াত ডিলিট্‌ কৰিবলৈ টেগ্‌ কৰা আছে। প্ৰশাসক মন কৰক। — গীতাৰ্থ বৰদলৈ (talk) 08:59, 6 নৱেম্বৰ 2012 (UTC)

ছবিখন কমন্সত ময়ে ৰপ্তানি কৰিলো| ডিলিট্‌ টেগো ময়ে দি থৈছো। কমন্সৰ কথা ঠিক নাই| পতকে ডিলিট কৰি দিলে অসুবিধা হ’ব পাৰে| কমন্সত ছবিখন গ্ৰহন কৰিলে ৭ দিন মান পাছত কৰা বিলোপ হ’ব| বিষ্ণু শইকীয়া 13:36, 6 নৱেম্বৰ 2012 (UTC)