চুনীবালা হান্সদা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চুনীবালা হান্সদা
পশ্চিম বংগ বিধানসভা সমষ্টি
কাৰ্যকাল
২০০০ – ২০০১
পূৰ্বসূৰী নৰেন হান্সদা
উত্তৰসূৰী শম্ভু নাথ মাণ্ডী
সমষ্টি বিনপুৰ
কাৰ্যকাল
২০০৬ – ২০১১
পূৰ্বসূৰী শম্ভু নাথ মাণ্ডী
উত্তৰসূৰী দিবাকৰ হান্সদা
সমষ্টি বিনপুৰ
ব্যক্তিগত তথ্য
ৰাজনৈতিক দল ঝাৰখণ্ড পাৰ্টি (নৰেন)
দাম্পত্যসঙ্গী নৰেন হান্সদা

চুনীবালা হান্সদা ঝাৰখণ্ড পাৰ্টি (নৰেন)ৰ সৈতে জড়িত পশ্চিম বংগৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেখেত ঝাৰখণ্ড পাৰ্টি (নৰেন)ৰ সভানেত্ৰী।[1]

জীৱনী[সম্পাদনা কৰক]

হান্সদাৰ স্বামী নৰেন হান্সদা পশ্চিম বংগ বিধানসভাৰ বিধায়ক আছিল আৰু তেওঁলোকৰ কন্যা বীৰবাহা হান্সদা হৈছে এগৰাকী চাঁওতালি চলচ্চিত্ৰ অভিনেত্ৰী।[2]


২০০০ চনত হান্সদা বিনপুৰৰ পৰা পশ্চিম বংগ বিধান সভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল।[3] পৰৱৰ্তী সময়ত তেওঁ ২০০৬ চনত এই একেটা সমষ্টিৰ পৰা পুনৰ নিৰ্বাচিত হৈছিল।[4]

তথ্যসূত্ৰ[সম্পাদনা কৰক]