চ্যুতি (ভূতাত্ত্বিক)
Jump to navigation
Jump to search
চ্যুতি হৈছে শিলৰ ফলকত হোৱা ফাঁট য’ত ফাঁট মেলা সমতলৰ সমান্তৰালভাৱে ফলক দুখনৰ আপেক্ষিক স্নানান্তৰ ঘটে। চ্যুতিৰ ফলত ভূমিকম্পৰ সৃষ্টি হ্’ব পাৰে। সেয়েহে চ্যুতিৰ বিষয়ে অধ্যয়ন আৰু গৱেষণা যথেষ্ট প্ৰয়োজনীয়। চ্যুতিৰ ফাঁট মেলা পৃষ্ঠতলখনক চ্যুতি-সমতল বোলা হয়। চ্যুতি-সমতলে ভূ-পৃষ্ঠতলক যিডাল ৰেখাত ছেদ কৰে সেইডালক চ্যুতি-ৰেখা বোলা হয়।