অকাজী ফুল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ছাগলী ফুলৰ পৰা পুনঃনিৰ্দেশিত)
অকাজী ফুল
অকাজী ফুল
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Asterids
বৰ্গ: Gentianales
পৰিয়াল: Rubiaceae
গণ: Coffea
প্ৰজাতি: benghalensis
বৈজ্ঞানিক নাম
Coffea benghalensis
B. Heyne ex Schult. 1819

অকাজী ফুল (বৈজ্ঞানিক নাম: Coffea benghalensis) হৈছে Coffea গণৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি। ইয়াক ভাৰতৰ হাবিত পোৱা যায়।[1] ইয়াৰ অন্য অসমীয়া নামবোৰ হৈছে, ছাগলি ফুল, লেখাৰু আদি। ইংৰাজীত ইয়াক ইণ্ডিয়ান কেবেজ হোৱাইট বুলি জনা যায়।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  • ৱিকিমিডিয়া কমন্সত Coffea benghalensis সম্পৰ্কীয় মিডিয়া ফাইল।
  • ৱিকিপ্ৰজাতিত Coffea benghalensis সম্পৰ্কীয় তথ্য

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]