সমললৈ যাওক

ছান ৰাজ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছান ৰাজ্য
မိူင်းတႆး (Script error: The function "name_from_code" does not exist.)
ရှမ်းပြည်နယ် (Script error: The function "name_from_code" does not exist.)
মায়ানমাৰত ছান ৰাজ্যৰ অৱস্থান
মায়ানমাৰত ছান ৰাজ্যৰ অৱস্থান
স্থানাংক: 21°30′N 98°0′E / 21.5°N 98°E / 21.5; 98স্থানাংক: 21°30′N 98°0′E / 21.5°N 98°E / 21.5; 98
দেশ মায়ানমাৰ
ৰাজ্য পূৱ-মধ্যাঞ্চল
ৰাজধানী টংগী
চৰকাৰ
  মুখ্যমন্ত্ৰী কিয়াও কিয়াও টুন
  মন্ত্রীসভা ছান ৰাজ্য চৰকাৰ
  আইনসভা ছান ৰাজ্য হ্লুটত
  ন্যায়পালিকা ছান ৰাজ্য উচ্চ ন্যায়ালয়
কালি
  মুঠ
১,৫৫,৮০১.৩ বৰ্গকিমি (৬০,১৫৫.২ বৰ্গমাইল)
  স্থান 1st
সৰ্বোচ্চ উচ্চতা ২,৬৪১ মিটাৰ (৮,৬৬৫ ফুট)
জনসংখ্যা
 (2014)[2]
  মুঠ
৫৮,২৪,৪৩২
  স্থান 4th
  ঘনত্ব ৩৭/বৰ্গকিমি (৯৭/বৰ্গমাইল)

ছান ৰাজ্য (ছান: မိူင်းတႆး, Möng Tai; মান: ရှမ်းပြည်နယ်, উচ্চাৰণ [ʃáɰ̃ pjìnɛ̀]) হৈছে ম্যানমাৰৰ এখন প্ৰশাসনিক বিভাগ। ছান ৰাজ্যৰ উত্তৰে চীন (ইউন্নান)ৰ সৈতে, পূৱে লাওছ (লুং নামথা আৰু বোকেও প্ৰদেশৰ সৈতে) আৰু দক্ষিণে থাইলেণ্ড (চিয়াং ৰাই, চিয়াং মাই আৰু মে হঙ চন প্ৰদেশৰ সৈতে) আৰু পশ্চিমে ম্যানমাৰৰ পাঁচটা প্ৰশাসনিক বিভাগৰ সৈতে সংযোগ আছে। ১৫৫,৮০০ কিমি2 বিস্তৃত, ম্যানমাৰৰ ১৪ খন প্ৰশাসনিক বিভাগৰ ভিতৰত মাটিকালি অনুসাৰে ছান ৰাজ্য আটাইতকৈ ডাঙৰ। মানসকলে টাই জনগোষ্ঠীৰ বাবে ব্যৱহাৰ কৰা নাম "ছান জনগোষ্ঠী"ৰ পৰা ৰাজ্যৰ নামটোৰ উৎপত্তি হৈছে। ছান জনগোষ্ঠী হৈছে এই অঞ্চলৰ বহু সংখ্যক নৃগোষ্ঠীৰ ভিতৰত প্ৰধান। ছানলেণ্ড মূলত গ্ৰাম্য অঞ্চল, ইয়াত তিনি দুখন বৃহৎ চহৰ আছে: লাচিঅ, কেঙতুং আৰু ৰাজধানী টংগী[3]ছান ৰাজ্যত বহু নৃগোষ্ঠী বাস কৰে।

নাম আৰু ব্যুৎপত্তি

[সম্পাদনা কৰক]

মু'ঙ টাই (ছান: মান: မိူင်းတႆး) হৈছে এই অঞ্চলৰ স্থানীয় নাম। ই ম্যানমাৰৰ ছান ৰাজ্যৰ উপৰিও ম্যানমাৰৰ বাহিৰত থকা টাই জনগোষ্ঠীয় গোটৰ অধিবাসী অঞ্চলসমূহৰ ক্ষেত্ৰত ব্যৱহৃত এটা শব্দ। মু'ঙ (မိူင်း)ৰ অৰ্থ হৈছে দেশ বা ৰাজ্য, যিটো টাই ভাষাসমূহত অন্যান্য দেশৰ নামৰ আগত ব্যৱহৃত হয়, উদাহৰণস্বৰূপে, মু'ঙ মান (ম্যানমাৰ)।[4]

ছান পী (মান: ရှမ်းပြည်) মান ভাষাৰ চিয়াম নামৰ পৰা উদ্ভৱ হোৱা এই শব্দটো, থাইলেণ্ডৰ পুৰণি নাম। পী মানে হৈছে মান ভাষাত দেশ। সেইদৰে ছান পীৰ অৰ্থ হৈছে ছান ৰাজ্য বা ছানলেণ্ড। আনুষ্ঠানিকভাৱে, ইংৰাজীত এই অঞ্চলক ছান ষ্টেট আৰু মান ভাষাত ছান পীনে বুলি কোৱা হয়, কিন্তু কথোপকথনত নে শব্দটো সাধাৰণতে বাদ পৰে।

বিমানবন্দৰসমূহ

[সম্পাদনা কৰক]

ৰাষ্ট্ৰীয় ঘাইপথ ৪

  1. "Union of Myanmar". City Population. http://www.citypopulation.de/Myanmar.html আহৰণ কৰা হৈছে: 25 December 2008.
  2. Census Report. The 2014 Myanmar Population and Housing Census. 2. প্ৰকাশক Naypyitaw: Ministry of Immigration and Population. May 2015. পৃষ্ঠা. 17. https://drive.google.com/file/d/0B067GBtstE5TeUlIVjRjSjVzWlk/view.
  3. "Shan: largest cities and towns and statistics of their population". World Gazetteer. http://www.world-gazetteer.com/wg.php?x=&men=gcis&lng=en&dat=80&geo=-141&srt=npan&col=aohdqgbeinfc&msz=1500&pt=c&va=&geo=-2463 আহৰণ কৰা হৈছে: 19 January 2008.[সংযোগবিহীন উৎস]
  4. "SEALang Shan Dictionary". SEALang. http://sealang.net/shan/dictionary.htm.