জংখা ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জংখা (རྫོང་ཁ་; [dzòŋkʰɑ́]) হৈছে ভূটানৰ চৰকাৰী আৰু জাতীয় ভাষা। ইয়াক তিব্বতী লিপি ব্যৱহাৰ কৰি লিখা হৈছে।[1]

জংখা
ভূটীয়া
རྫོང་ཁ་
থলুৱা অঞ্চল ভূটান
জাতীয়তা গালপ মানুহ
স্থানীয় ভাষিক

মুঠ ভাষিক জনসংখ্যা: ৬ লাখ ৪০ হাজাৰ [2]
ভাষা পৰিয়াল
চীন-তিব্বতী
  • তিবেটো-কানৌৰী ?
    • বডিছ
      • তিব্বতী
        • জংখা–লোহকা
          • জংখা
পূৰ্বসূৰী
প্ৰটʼ-চীন-তিব্বতী
  • পুৰণা তিব্বতী
    • ধ্ৰুপদী তিব্বতী
উপভাষা *লয়া উপভাষা
  • লুনানা উপভাষা
  • আদপ
লিখন প্ৰণালী তিব্বতী লিপি
জংখা ব্ৰেইল
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
 ভূটান
নিয়মাধীন হয়
জংখা ডেভলেপমেন্ট কমিছন
ভাষা সংকেত
ISO 639-1 dz
ISO 639-2 dzo
ISO 639-3 dzoinclusive code
Individual codes:
lya – Laya
luk – Lunana
adp – Adap
গ্লোটোলগ nucl1307[3]
লিংগোৱাস্ফেয়াৰ 70-AAA-bf
Districts of Bhutan in which the Dzongkha language is spoken natively are highlighted in yellow.
এই প্ৰবন্ধত IPA-ৰ ধ্বনি চিহ্নসমূহ আছে। কোনো সঠিক সহায় নললে আপুনি ধ্বনি চিহ্নসমূহৰ সলনি প্ৰশ্নবোধক চিন বা বাকচ বা আন চিহ্ন দেখা পাব পাৰে।

লিখনীৰ নমুনা[সম্পাদনা কৰক]

মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাৰ ১ নং অনুচ্ছেদৰ জংখা ভাষাত এটা নমুনা পাঠ তলত দিয়া হ’ল:

জংখা ভাষা: འགྲོ་ བ་ མི་ རིགས་ ག་ ར་ དབང་ ཆ་ འདྲ་ མཏམ་ འབད་ སྒྱེཝ་ ལས་ ག་ ར་ གིས་ གཅིག་ ལུ་ སྤུན་ ཆའི་ དམ་ ཚིག་ བསྟན་ དགོ།

উচ্চাৰণ: ’Gro- ba- mi- rigs- ga- ra- dbaṅ- cha- ’dra- mtam- ’bad- sgyew- las- ga- ra- gis- gcig- lu- spun- cha’i- dam- tshig- bstan- dgo

অসমীয়া অনুবাদ: সকলো মানুহ জন্মতে মুক্ত আৰু স্বাভিমান আৰু অধিকাৰ সমান। তেওঁলোকে যুক্তি আৰু বিবেকেৰে সমৃদ্ধ আৰু ইজনে সিজনৰ প্ৰতি ভাতৃত্ববোধৰ মনোভাৱেৰে কাম কৰা উচিত।[4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Constitution of the Kingdom of Bhutan. Art. 1, § 8". Government of Bhutan. 2008-07-18. Archived from the original on 2012-09-04. https://web.archive.org/web/20120904194200/http://www.constitution.bt/TsaThrim%20Eng%20(A5).pdf। আহৰণ কৰা হৈছে: 2011-01-01. 
  2. "How many people speak Dzongkha?". languagecomparison.com. http://www.languagecomparison.com/en/how-many-people-speak-dzongkha/model-136-7। আহৰণ কৰা হৈছে: 2018-03-15. 
  3. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Nuclear Dzongkhic". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/nucl1307. 
  4. "Universal Declaration of Human Rights (Article 1) in Sino-Tibetan languages". omniglot.com. https://omniglot.com/udhr/sinotibetan.htm.