জালুকবাৰী
অৱয়ব
জালুকবাৰী | |
---|---|
এলেকা | |
জালুকবাৰী (ইংৰাজী: Jalukbari) হৈছে গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ এলেকা। ই অসমৰ শিক্ষা জগতৰ অন্যতম কেন্দ্ৰস্থল য'ত অসম তথা উত্তৰ পূৰ্ব্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু আয়ুৰ্বেদ মহাবিদ্যালয় অৱস্থিত।
শিক্ষানুষ্ঠান সমূহ
[সম্পাদনা কৰক]অন্যান্য প্ৰতিষ্ঠান সমূহ
[সম্পাদনা কৰক]- অসম আৰক্ষী ৰেডিঅ' সংগঠন (এ. পি. আৰ. অ'.)
- আকাশবাণীৰ উচ্চ ক্ষমতা ট্ৰান্সমিটাৰ
- ভাৰত-তিব্বত সীমান্ত আৰক্ষী কেম্প (আই. টি. বি. পি.)
উল্লেখযোগ্য স্থান
[সম্পাদনা কৰক]- লাচিত উদ্যান
- ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ