জাহ্নৱী বৰুৱা
অৱয়ব
জাহ্নৱী বৰুৱা |
---|
জাহ্নৱী বৰুৱা (ইংৰাজী: Jahnavi Barua) এগৰাকী অসমীয়া ভাৰতীয় লেখিকা। তেওঁৰ দ্বাৰা ৰচিত Next Door চুটিগল্পৰ সংকলনটি সমালোচকৰ দ্বাৰা বহুলভাৱে প্ৰশংসিত হৈছিল। এই সংলনটোত সন্নিবিষ্ট গল্পসমূহ অসমৰ উগ্ৰবাদী সমস্যাৰ ওপৰত ভিত্তি কৰি লিখা হৈছে। [1][2]
জাহ্নৱী বৰুৱা পেছাত এগৰাকী চিকিৎসক আৰু তেওঁ বাংগালোৰত বাস কৰে। [3][4]
তেওঁ সংযুক্ত গণৰাজ্য(ইংৰাজী: United Kingdom)ত সৃষ্টিশীল ৰচনা (ইংৰাজী: creative writing) বিষয়ত অধ্যয়ন কৰিছিল।
গ্ৰন্থসূচী
[সম্পাদনা কৰক]Next Door (পেংগুইন ইণ্ডিয়া, ২০০৮) Rebirth (পেংগুইন ইণ্ডিয়া, ২০১০)
পুৰস্কাৰ
[সম্পাদনা কৰক]- ২০১২ কমনৱেলথ বুক প্ৰাইজৰ বাবে মনোনীত shortlist [উদ্ধৃতিৰ প্ৰয়োজন]
- Rebirth ৰ বাবে ২০১১ মে'ন এছিয়ান লিটাৰেৰী প্ৰাইজৰ বাবে মনোনীত 2011 shortlist [উদ্ধৃতিৰ প্ৰয়োজন]
- ২০০৯ ফ্ৰাংক অ'কন্নৰ ইন্টাৰনেছনেল ছৰ্ট ষ্টৰী এৱাৰ্ডৰ বাছনিভুক্ত longlist.[উদ্ধৃতিৰ প্ৰয়োজন]
- Unisun Publishers-ৰ ২০০৬ ছৰ্ট ফিকশ্যন (শিশু সাহিত্য শাখাত) দ্বিতীয় পুৰস্কাৰ [উদ্ধৃতিৰ প্ৰয়োজন]
- সৃষ্টিশীল ৰচনাৰ বাবে চাৰ্লছ ৱালে'চ ইণ্ডিয়া ট্ৰাষ্ট বৃত্তি [উদ্ধৃতিৰ প্ৰয়োজন]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Writing a New Story, The Telegraph
- ↑ "Into a Closed Terrain, The Hindu". Archived from the original on 2012-11-05. https://web.archive.org/web/20121105143049/http://www.hindu.com/mp/2009/02/21/stories/2009022150180200.htm। আহৰণ কৰা হৈছে: 2013-10-15.
- ↑ Winners: a collection of prize-winning poems and stories, Volume 2 By Mary Mathew, Annie Chandy Mathew
- ↑ "Freshly Pressed". Archived from the original on 2012-10-01. https://web.archive.org/web/20121001161201/http://www.expressindia.com/latest-news/freshly-pressed/275424/। আহৰণ কৰা হৈছে: 2013-10-15.